ETV Bharat / state

International sports journalist Geetika Talukdar: আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া সাংবাদিক তথা ফটোগ্ৰাফাৰ গীতিকা তালুকদাৰক সম্বৰ্ধনা - ডিব্ৰুগড় বিশ্ববিদ্যালয়

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া সাংবাদিক তথা মহিলা ফটোগ্ৰাফাৰ (International sports journalist Geetika Talukdar) গীতিকা তালুকদাৰক শুকুৰবাৰে দিছপুৰ প্ৰেছ ক্লাবৰ পৰা সম্বৰ্ধনা জনোৱা হয় (Photographer Geetika Talukdar honored) ৷

International sports journalist and photographer Geetika Talukdar honored
International sports journalist Geetika Talukdar: আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া সাংবাদিক তথা ফটোগ্ৰাফাৰ গীতিকা তালুকদাৰক সম্বৰ্ধনা
author img

By

Published : Nov 18, 2022, 10:32 PM IST

গুৱাহাটী. 18 নৱেম্বৰ: আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া সাংবাদিক তথা মহিলা ফটোগ্ৰাফাৰ (International sports journalist Geetika Talukdar) গীতিকা তালুকদাৰক শুকুৰবাৰে দিছপুৰ প্ৰেছ ক্লাবৰ পৰা সম্বৰ্ধনা জনোৱা হয় (Photographer Geetika Talukdar honored) ৷ প্ৰেছ ক্লাবৰ সম্পাদক (Dispur Press club) তথা সাংবাদিক কুঞ্জ মোহন ৰায়ে আঁত ধৰা অনুষ্ঠানটোত মহিলা ক্ৰীড়া সাংবাদিকগৰাকীক গামোচা, জাপি আৰু চেলেং চাদৰেৰে প্ৰেছ ক্লাৱৰ হৈ সম্বৰ্ধনা জনাই প্ৰেছ ক্লাবৰ সভাপতি তথা বিশিষ্ট সাংবাদিক নৰেন হাজৰিকাই ।

ইয়াৰ পিছতে সাংবাদিকগৰাকীয়ে সাংবাদিকৰ সৈতে এক মত বিনিময় অনুষ্ঠানত ভাগ লৈ কয় যে ২০২১ৰ জাপানৰ টকিঅ' অলিম্পিকত প্রতিনিধিত্ব কৰা উত্তৰ পূব ভাৰতৰ প্ৰথমগৰাকী ফটো সাংবাদিক আৰু ২০১৮ চনৰ ৰাছিয়াৰ ফিফা বিশ্বকাপৰ বাতৰি পৰিৱেশন কৰা প্ৰথমকৰাকী মহিলা সাংবাদিক । লগতে তেওঁ আগশাৰীৰ বাতৰি কাকত ইণ্ডিয়া, পূৰ্বাঞ্চল প্ৰহৰী, আমাৰ অসম, ইণ্ডিয়া টুডে আৰু শ্ৰীলংকাৰ কলম্বোৰ ডেইলী ফাইনেন্সিয়েল টাইমছতো কাম কৰি কৰিছে ৷

তদুপৰি অগ্ৰণী আন্তঃৰাষ্ট্ৰীয় বাতৰি সংস্থা: পিটিআই, এএফপি, এটিপি, নিউজ ইন এছিয়াৰ লগত জড়িত। ইপিনে দক্ষিণ কোৰিয়াৰ আটাইতকৈ সন্মানীয় বিশ্ববিদ্যালয় ছিউল নেচনেলৰ পৰা ক্ৰীড়া ব্যৱস্থাপনাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে । তেওঁ ২০২০ চনত ৰিপাব্লিক অৱ ক্ৰীড়া, সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰালয়ৰ পৰা নিজৰ যোগ্যতাৰ ওপৰত বৃত্তি লাভ কৰিবলৈ সক্ষম হৈছে ।

সাংবাদিকগৰাকী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰপৰা ৰাজনীতি বিজ্ঞানত স্নাতক হোৱাৰ লগতে সাংবাদিকতা আৰু গণ সংযোগ বিষয়ত স্নাতকোত্তৰ ডিপ্লমাও লাভ কৰিছে ৷ লগতে গুৱাহাটীৰ মিডিয়া ট্ৰাষ্ট অসমৰ গণসংযোগ আৰু মিডিয়া প্ৰযুক্তি প্ৰতিষ্ঠানৰ পৰা সাংবাদিকতা ডিপ্ল'মা লাভ কৰিছে ৷ উল্লেখ্য যে অহা ২০ নৱেম্বৰৰ পৰা কাটাৰত অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপলৈ যোৱাৰ উদ্দেশ্যে শনিবাৰে তেওঁ ৰাওনা হ’ব বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক: Migratory Birds at Moribil: পৰিভ্ৰমী পক্ষীৰ কলৰৱত মুখৰ মৰিগাঁৱৰ মৰিবিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.