ETV Bharat / state

উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ কাৰ্যালয়ত নাৰী নিৰ্যাতন বিৰোধী দিৱস - International Day for the elemination of violence against women observed at NF Railway Headquarter

সোমবাৰে পালন কৰা হয় আন্তৰ্জাতিক নাৰী নিৰ্যাতন বিৰোধী দিৱস ৷ উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ কাৰ্যালয়তো উদযাপন কৰা হয় নাৰী নিৰ্যাতন বিৰোধী দিৱস ৷

International Day for the elimination of violence against women observed at NF Railway Headquarter
উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ কাৰ্যালয়ত উদযাপন নাৰী নিৰ্যাতন বিৰোধী দিৱস
author img

By

Published : Nov 26, 2019, 9:16 AM IST

গুৱাহাটী,25 নৱেম্বৰ: সমগ্ৰ দেশৰ লগতে মহানগৰী মালিগাঁওস্থিত উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য কাৰ্যালয়ত মজদুৰ ইউনিয়নৰ মহিলা গোটে সোমবাৰে আন্তৰ্জাতিক নাৰী নিৰ্যাতন বিৰোধী দিৱস পালন কৰে । দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা এই অনুষ্ঠানত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয় । অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকি লেখিকা তথা সমাজসেৱী মাধুৰী বৰাই নাৰী নিৰ্যাতনৰ ৰোধৰ ওপৰত বক্তৃতা প্ৰদান কৰে । বৰ্তমান সমাজত পুৰুষৰ সমানে নাৰী আগবাঢ়ি গৈছে যদিও বিভিন্ন সময়ত বিভিন্ন প্ৰকাৰে নিৰ্যাতিত হৈ আহিছে । এনে ক্ষেত্ৰত নিজৰ ঘৰৰ পৰা লৰা ছোৱালীক নাৰীক সন্মানৰ শিক্ষা প্ৰদান কৰাৰ লগতে স্কুল কলেজটো এই ক্ষেত্ৰত শিক্ষা দিয়া উচিত বুলি উল্লেখ মাধুৰী বৰাই ।

উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ কাৰ্যালয়ত উদযাপন নাৰী নিৰ্যাতন বিৰোধী দিৱস
ইফালে ন্যায়াধীশ শকুন্তলা দেৱী আয়োগৰ নিয়মাৱলী কাৰ্যকৰী কৰি ধৰ্ষিতাসকলক ন্যায় প্ৰদান কৰিবলৈও চৰকাৰক দাবী জনায় মহিলাসকলে । তাৰোপৰি নাৰী সুৰক্ষাৰ বাবে চৰকাৰক গুৰুত্ব প্ৰদান কৰিবলৈও আহ্বান জনায় সভাত উপস্থিত মহিলাসকলে ৷

আৰু পঢ়ক ভাৰতীয় বায়ুসেনা কামাণ্ডাৰ সভাত ড্ৰ'ণ যুদ্ধ, গোপনীয় প্ৰকল্প চিতাৰ বিষয়ে আলোচনা

Intro:আজি আন্তৰ্জাতিক নাৰী নিৰ্যাতন বিৰোধী দিৱস। সমগ্ৰ দেশৰ লগতে মহানগৰী মালিগাঁওস্থিত উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য কাৰ্যালয়ত মজদুৰ ইউনিয়নৰ মহিলা গোটে এই দিৱস পালন কৰে। দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা এই অনুষ্ঠানত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয়। অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকি লেখিকা তথা সমাজসেৱী মাধুৰী বৰাই নাৰী নিৰ্যাতনৰ ৰোধৰ ওপৰত বক্তৃতা প্ৰদান কৰে। বৰ্তমান সমাজত পুৰুষৰ সমানে নাৰী আগবাঢ়ি গৈছে যদিও বিভিন্ন সময়ত বিভিন্ন প্ৰকাৰে নিৰ্যাতিত হৈ আহিছে। এনে ক্ষেত্ৰত নিজৰ ঘৰৰ পাৰয়ে লৰা ছোৱালীক নাৰীক সন্মানৰ শিক্ষা প্ৰদান কৰাৰ লগতে স্কুল কলেজটো এই ক্ষেত্ৰত শিক্ষা দিয়া উচিত বুলি কয় মাধুৰী বৰাই। ইফালে ন্যায়াধীশ শকুন্তলা দেৱী আয়োগৰ নিয়মাৱলী কাৰ্যকৰী কৰি ধৰ্ষিতাসকলক ন্যায় প্ৰদান কৰিবলৈও চৰকাৰক দাবী জনাই মহিলাসকলে। তাৰোপৰি নাৰী সুৰক্ষাৰ বাবে চৰকাৰক গুৰুত্ব প্ৰদান কৰিবলৈও আহ্বান জনাই। Body:Guwahati Conclusion:Hirul Haque

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.