ETV Bharat / state

গুৱাহাটীত অনুষ্ঠিত হ'ব লগা "ফিল্ম ফেয়াৰ"ক লৈ ক্ষোভ বুদ্ধিজীৱী,কলা-কৌশলীৰ - ফিল্ম ফেয়াৰ বঁটা প্ৰদানত চৰকাৰে ৩০ কোটি টকা অনুদান দিয়া কাৰ্যকো তীব্ৰ ভাষাৰে গৰিহনা বুদ্ধিজীৱী তথা কলা কৌশলীৰ

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সমগ্ৰ অসমতে তীব্ৰ আন্দোলন চলি থকাৰ লগতে সমগ্ৰ অসমবাসী ক্ষোভিত হৈ থকাৰ সময়তে ৰাজ্য চৰকাৰে আয়োজন কৰিবলৈ লোৱা ফিল্ম ফেয়াৰ বঁটা প্ৰদান অনুষ্ঠানৰ বাবে ৰাজ্য চৰকাৰক সমোলোচনা অসমৰ একাংশ বুদ্ধিজীৱী,কলা কৌশলীৰ ৷ এই সময়ত ফিল্ম ফেয়াৰ বঁটা প্ৰদান অনুষ্ঠান বাৰীৰ পিছফালে মৃতদেহ ৰাখি আগফালে ভোজ-ভাত খোৱাৰ দৰে বুলি কটু সমোলাচনা কৰে জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰা

Intellectuals and artists reaction about Filmfair award of Guwahati
গুৱাহাটীত অনুষ্ঠিত হ'ব লগা "ফিল্ম ফেয়াৰ"ক লৈ ক্ষোভ বুদ্ধিজীৱী,কলা-কৌশলীৰ
author img

By

Published : Jan 29, 2020, 12:00 AM IST

গুৱাহাটী,28 জানুৱাৰী: গুৱাহাটীত অনুষ্ঠিত হ'ব লগা ফিল্ম ফেয়াৰ অনুষ্ঠানক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ বুদ্ধিজীৱী,কলা কুশলীৰ ৷ মঙলবাৰে গুৱাহাটী প্ৰেছক্লাৱত এক সংবাদমেল আয়োজন কৰি জাতিধ্বংসী নাগৰিকত্ব আইনৰ বিৰুধীতাৰে অসমত ব্যাপক আন্দোলন অব্যাহত থকাৰ সময়তে ৰাজ্য চৰকাৰে আগন্তুক ফ্ৰেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহত ফিল্ম ফেয়াৰ অনুষ্ঠিত কৰিবলৈ লোৱা সন্দৰ্ভত অসম চৰকাৰক তীব্ৰ সমালোচনা কৰে ৰাজ্যৰ একাংশ বুদ্ধিজীৱী তথা কলা কুশলীয়ে ৷ লগতে এই অনুষ্ঠানৰ বাবে চৰকাৰে ৩০ কোটি টকা অনুদান দিয়া কাৰ্যকো তীব্ৰ ভাষাৰে গৰিহনা দিয়ে সংবাদমেলত উপস্থিত থকা বুদ্ধিজীৱী তথা কলা কৌশলী সকলে ৷ লগতে কিহৰ ভিত্তিত এইদৰে ব্যক্তিগত খণ্ডৰ অনুষ্ঠানক ৰাজ্য চৰকাৰে এই বৃহৎ ধনৰাশি দিলে তাক লৈও প্ৰশ্ন তোলে জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰাই ৷

গুৱাহাটীত অনুষ্ঠিত হ'ব লগা "ফিল্ম ফেয়াৰ"ক লৈ ক্ষোভ বুদ্ধিজীৱী,কলা-কৌশলীৰ

উল্লেখ্য যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সমগ্ৰ অসমতে তীব্ৰ আন্দোলন চলি থকাৰ লগতে সমগ্ৰ অসমবাসী ক্ষোভিত হৈ থকাৰ সময়তে ৰাজ্য চৰকাৰে আয়োজন কৰিবলৈ লোৱা ফিল্ম ফেয়াৰ বঁটা প্ৰদান অনুষ্ঠানক ৰীৰ পিছফালে মৃতদেহ ৰাখি আগফালে ভোজ-ভাত খোৱাৰ দৰে বুলি কটু সমোলাচনা কৰে জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰাই ৷ লগতে কা বিৰুধী আন্দোলনক প্ৰশমিত কৰাৰ স্বাৰ্থতে এইদৰে মুখ্যমন্ত্ৰীয়ে ৰাজকোষৰ পৰা ধন দি এনে অনুষ্ঠান অনুষ্ঠিত কৰিছে বুলিও মন্তব্য কৰে অৰূপ বৰবৰাই ৷ উল্লেখ্য যে উক্ত অনুষ্ঠানত উপস্থিত থাকে অৰূপ বৰবৰা, মনজিৎ মহন্ত, পুলক বেনাৰ্জী,জেৰিফা ৱাহিদ,ৰবি শৰ্মাকে ধৰি বহুকেইজন কলা-কৌশলী ৷

Intro:ফ্লিিম ফেয়াৰ অনুষ্ঠিিত কৰাক লৈ ক্ষোভ বুদ্ধিজীৱী,কলা কুশলীৰ ৷Body:যি সময়ত অসমত জাতিধ্বংসী নাগৰিকত্ব আইনৰ বিৰুধীতাৰে অসমত ব্যাপক আন্দোলন গঢ়ি উঠিছে সেই সময়ত অনুষ্ঠিত কৰিব খুজিছে ফিল্ম ফেয়াৰৰ দৰে এটা ব্যক্তিগত খণ্ডৰ এক বঁটা প্ৰদান অনুষ্ঠান ৷ এই অনুষ্ঠানক লৈ ব্যাপক ক্ষোভ প্ৰকাশ কৰিছে ৰাজ্যৰ বুদ্ধিজীৱী,কলা কুশলী সকলে ৷এইদৰে মঙলবাৰে গুৱাহাটী প্ৰেছক্লাৱত এক সংবাদমেলৰ জৰীয়তে চৰকাৰৰ পৃষ্ঠপোষকতা অনুষ্ঠিত হব লগা অনুষ্ঠানৰ বিষয়ে তীব্ৰ সমালোচনা কৰে ৷ লগতে এই অনুষ্ঠানৰ বাবে চৰকাৰে মুকলি কৰি দিয়া ৩০ কোটি টকা অনুদান দিয়া কাৰ্যসুচীকো তীব্ৰ ভাষাৰে গৰিহনা দিয়ে ৷ কিহৰ ভিত্তিত এইদৰে ব্যক্তিগত খণ্ডৰ অনুষ্ঠানক ৰাজ্য চৰকাৰে এই বৃহৎ ধনৰাশি দিলে তাক লৈও প্ৰশ্ন তোলে৷ সেয়ে তেওঁলোকে কয় যে কা বিৰুধী আন্দোলনক প্ৰশমিত কৰাৰ স্বাৰ্থতে এইদৰে মুখ্যমন্ত্ৰীয়ে ৰাজকোষৰ পৰা ধন দি এনে অনুষ্ঠান অনুষ্ঠিত কৰিছে ৷আজিিৰ সংবাদমেলত উপস্থিত থাকে অৰূপ বৰবৰা, মনজিিৎ মহন্ত জেৰিফা ৱাহিদ,ৰবি শৰ্মাকে ধৰি বহু কলা কুশলী ৷Conclusion: লিপিকা ডেকা,গুৱাহাটী

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.