ETV Bharat / state

গুৱাহাটীৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত অবৈধ ট্ৰাক পাৰ্কিং উচ্ছেদ

মংগলবাৰে জালুকবাৰীৰ যান-বাহন আৰক্ষী আৰু গড়চুক যান-বাহন আৰক্ষীয়ে উচ্ছেদ কৰে জালুকবাৰী বৰাগাঁৱৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰ্ভিছ পথৰ ট্ৰাকৰ অবৈধ পাৰ্কিং । এটা অসাধু চক্ৰৰ সহযোগত বহিঃৰাজ্যৰ ট্ৰাক চালকে ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰ্ভিছ পথত পাকিং কৰি আহিছে নিজৰ মালবাহী ট্ৰাকসমূহ ।

author img

By

Published : Sep 16, 2020, 5:16 AM IST

illegal truck parking evicted
গুৱাহাটীৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত অবৈধ ট্ৰাক পাৰ্কিং উচ্ছেদ

গুৱাহাটী, 15 ছেপ্টেম্বৰ : গুৱাহাটী মহানগৰীৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকৰ অবৈধ পাৰ্কিং । এটা অসাধু চক্ৰৰ সহযোগত বহিঃৰাজ্যৰ ট্ৰাক চালকে ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰ্ভিছ পথত পাকিং কৰে নিজৰ মালবাহী ট্ৰাকসমূহ । যাৰ ফলত যথেষ্ট সমস্যাত সন্মুখীন হৈ আহিছে পথচাৰী । এনে অবৈধ পাৰ্কিং সন্দৰ্ভত ৰাইজে দিয়া অভিযোগৰ ভিত্তিত জালুকবাৰীৰ যান-বাহন আৰক্ষী আৰু গড়চুক যান-বাহন আৰক্ষীয়ে মংগলবাৰে এক অভিযান চলায় ।

আৰক্ষীয়ে উচ্ছেদ কৰে জালুকবাৰী বৰাগাঁৱৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰ্ভিছ পথৰ ট্ৰাকৰ অবৈধ পাৰ্কিং । অনাগত দিনত এই ব্যস্ততাপূৰ্ণ এলেকাত পাৰ্কিং নকৰিবলৈ ট্ৰাক চালকসকলক সকিয়াই দিয়ে আৰক্ষীয়ে । ইফালে এই চাৰ্ভিছ পথ বন্ধ কৰি ট্ৰাক সমূহে অবৈধ ভাৱে পাৰ্কিং কৰাৰ ফলত তীব্ৰ যানজঁটৰ সৃষ্টি হয় ৰাষ্ট্ৰীয় ঘাইপথটোত ।
লগতে পঢ়ক : অবধ আসাম এক্সপ্ৰেছত মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ 6 শিশু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.