জালুকবাৰী, 24 ছেপ্টেম্বৰঃ জালুকবাৰী আৰক্ষীৰ জালত দুই মানৱ সৰবৰাহকাৰী । ধুবৰীৰ বগৰিবাৰীৰ পৰা গ্ৰেপ্তাৰ তালুকদাৰ আলী আৰু কুদ্দুছ আলী নামৰ দুই সৰবৰাহকাৰী । জালুকবাৰীত ভাড়াতীয়া হিচাপে বাস কৰা এটা পৰিয়ালৰ মাতৃ, কন্যাসহ তিনিজনক এই দুই সৰবৰাহকাৰীয়ে বিক্ৰী কৰিছিল বহিঃৰাজ্যত । প্ৰথমে কাম দিয়াৰ প্ৰলোভনেৰে লৈ গৈছিল হাৰিয়ানালৈ আৰু তাৰ পৰায়ে দুষ্টচক্ৰৰ হাতত বিক্ৰী কৰিছিল তিনিগৰাকীকৈ লোকক । বিক্ৰীৰ কেইমাহমান পিছতেই হাৰিয়ানাৰ পৰা পলাই আহিছিল মাতৃ সহ কন্যা । পলাই আহি ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰিছিল জালুকবাৰী আৰক্ষী চকীত ।
জালুকবাৰী আৰক্ষীয়ে আটক কৰে মানৱ সৰবৰাহকাৰী - জালুকবাৰী আৰক্ষীয়ে আটক কৰে মানৱ সৰবৰাহকাৰী
ধুবৰীৰ বগৰিবাৰীৰ পৰা গ্ৰেপ্তাৰ তালুকদাৰ আলী আৰু কুদ্দুছ আলী নামৰ দুই সৰবৰাহকাৰী । জালুকবাৰীত ভাড়াতীয়া হিচাপে বাস কৰা এটা পৰিয়ালৰ মাতৃ, কন্যাসহ তিনিজনক এই দুই সৰবৰাহকাৰীয়ে বিক্ৰী কৰিছিল বহিঃৰাজ্যত ।