ETV Bharat / state

মেট্ৰিকত নকল কৰিলে 3 বছৰৰ বাবে নিলম্বিত হ'ব পৰীক্ষাৰ্থী - মেট্ৰিক 2020

আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষালৈ কঠোৰ ব্যৱস্থাপনা ছেবাৰ ৷ পৰীক্ষাত নকল কৰি ধৰা পৰিলে 3 বছৰৰ বাবে নিলম্বিত হ'ব পৰীক্ষাৰ্থী । লগতে পৰীক্ষা কেন্দ্ৰত নিৰীক্ষকেও ল'ব নোৱাৰিব কোনো ধৰণৰ ইলেকট্ৰনিক সামগ্ৰী ৷

হাইস্কুল শিক্ষান্ত পৰীক্ষা
মেট্ৰিকত নকল কৰিলে 3 বছৰৰ বাবে নিলম্বিত হ'ব পৰীক্ষাৰ্থী
author img

By

Published : Feb 8, 2020, 10:15 PM IST

গুৱাহাটী, 8 ফেব্ৰুৱাৰীঃ আগন্তুক 10 ফেব্ৰুৱাৰীৰ পৰা 29 ফেব্ৰুৱাৰী লৈ অনুষ্ঠিত হ'ব 2020ৰ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা । পৰীক্ষাৰ পূৰ্বে ছেবাই গ্ৰহণ কৰিছে কঠোৰ ব্যৱস্থাপনা । এইবাৰ নকলক লৈ পূৰ্বতকৈ কঠোৰ হ'ব ছেবা । পৰীক্ষাত নকল কৰি ধৰা পৰিলে 3 বছৰৰ বাবে নিলম্বিত হ'ব পৰীক্ষাৰ্থী । পৰীক্ষা কেন্দ্ৰত কেৱল পৰীক্ষাৰ্থীয়ে নহয় নিৰীক্ষকেও ল'ব নোৱাৰিব কোনো ধৰণৰ ইলেকট্ৰনিক সামগ্ৰী ৷ লগতে ম'বাইল ব্যৱহাৰ কৰিলো কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে ছেবাৰ সচিব সুৰঞ্জনা সেনাপতিয়ে ।

মেট্ৰিকত নকল কৰিলে 3 বছৰৰ বাবে নিলম্বিত হ'ব পৰীক্ষাৰ্থী

আনহাতে, প্ৰতিটো পৰীক্ষা হ'লত চিচিটিভি কেমেৰা থকাৰ লগতে নকল সন্দৰ্ভত কেন্দ্ৰই হেমাহি কৰিলে তেনে কেন্দ্ৰ বাতিল কৰাৰ সকীয়নি প্ৰদান ছেবাৰ । প্ৰথমবাৰৰ বাবে প্ৰতিটো পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ্থীৰ সন্মুখত লগতে দুজন পৰীক্ষাৰ্থীক সাক্ষী কৰি নিৰীক্ষকে খুলিব লাগিব প্ৰশ্ন কাকতৰ টোপোলা । এইবাৰ মুল্যাংকত বিশেষ গুৰুত্ব আৰোপ কৰাৰ লগতে কলা চিয়াঁহীৰে পৰীক্ষাৰ্থীক উত্তৰ বহীত লিখিবলৈ আহ্বান সুৰঞ্জনা সেনাপতিৰ । প্ৰতিটো কেন্দ্ৰত ইলেক্ট্ৰনিক সামগ্ৰী সংকেত দিব পৰা যন্ত্ৰ থকাৰ লগতে পৰীক্ষা সময়ছোৱাত কোনো দল সংগঠনক কোনো ধৰণৰ বন্ধ নিদিবলৈ আহ্বান জনাই ছেবা কৰ্তৃপক্ষই ।

উল্লেখ্য যে, এইবাৰ 860 টা পৰীক্ষা কেন্দ্ৰত অৱৰ্তীণ হ'ব মুঠ 358446 গৰাকী পৰীক্ষাৰ্থী ৷ ৰাজ্যৰ সমূহ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীলৈ শুভেচ্ছা জ্ঞাপন কৰে ছেবা সচিব সুৰঞ্জনা সেনাপতিকে ধৰি কৰ্তৃপক্ষই ৷

আৰু পঢ়কঃ CAA বিৰোধিতাৰে নগাঁৱত ছাত্ৰ সন্থাৰ জোঁৰ সমদল

Intro:অহা 10 ফেব্ৰুৱাৰীৰ পৰা 29 ফেব্ৰুৱাৰী লৈ অনুষ্ঠিত হব মেট্ৰিক পৰীক্ষা। মেট্ৰিক পৰীক্ষাৰ পূৰ্বে চেবাৰ কঠোৰ ব্যৱস্থাপনা গ্ৰহণ। এইবাৰ নকলক লৈ পূৰ্বতকৈ কঠোৰ হব চেবা। পৰীক্ষাত নকল কৰি ধৰা পৰিলে 3 বছৰৰ বাবে নিলম্বিত হব পৰীক্ষাৰ্থী। পৰীক্ষা কেন্দ্ৰত কেৱল পৰীক্ষাৰ্থীয়ে নহয় নিৰীক্ষকেও লব নোৱাৰিব কোনো ধৰণৰ ইলেকট্ৰনিক সামগ্ৰীৰ লগতে মোবাইল ব্যৱহাৰ কৰিলেও লব কঠোৰ শাস্তিমূলক ব্যৱস্থা।

Body:আনহাতে প্ৰতিটো পৰীক্ষা হলত চি চি টিভি থকাৰ লগতে নকল সন্দৰ্ভত কেন্দ্ৰই হেমাহি কৰিলে তেনে কেন্দ্ৰ বাতিল কৰাৰ সকীয়নী প্ৰদান চেবাৰ। আনহাতে প্ৰথম বাৰৰ বাবে প্রতিটো পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ্থী সন্মুখত লগতে দুজন পৰীক্ষাৰ্থীক সাক্ষী কৰি নিৰীক্ষকে খুলিব লাগিব প্ৰশ্ন কাকতৰ টোপোলা।আনহাতে এইবাৰ 860 টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হব পৰীক্ষা আৰু প্ৰতিটো কেন্দ্ৰতে থাকিব ইলেক্ট্ৰনিক সামগ্রী সংকেত দিব পৰা যন্ত্ৰ। লগতে। পৰীক্ষা সময়ছোৱাত কোনো দল সংগঠনক বন্ধ নিদিবলৈ আহ্বান চেবা কৰ্তৃপক্ষৰ।
Bite:- সচিব ( সুৰঞ্জনা সেনাপতি)

Conclusion:
860 টা কেন্দ্ৰত এইবাৰ অৱৰ্তীণ হব 358446 গৰাকী পৰীক্ষাৰ্থী।আনহাতে এইবাৰ মুল্যাংকত বিশেষ গুৰুত্ব আৰোপ কৰাৰ লগতে কলা চিয়াঁহীৰে পৰীক্ষাৰ্থীক উত্তৰ বহীত লিখিবলৈ আহ্বান সুৰঞ্জনা সেনাপতিৰ ।
লগতে চেবাৰ সচিব সুৰঞ্জনা সেনাপতিয়ে সকলো পৰীক্ষাৰ্থী লৈ পৰীক্ষাৰ শুভ কামনা জ্ঞাপন কৰে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.