গুৱাহাটী, 1 জুন : কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে দেশজুৰি চতুৰ্থ পৰ্যায়ৰ লক ডাউন অব্যাহত থকাৰ মাজতে আগন্তুক ৬ জুনত ঘোষণা কৰা হ'ব ৰাজ্যৰ হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল। এইবাৰ ঘৰতে বহি ফলাফল লাভ কৰিব পৰীক্ষাৰ্থীয়ে। বিশেষ মোবাইল এপ আৰু ১৪টা ৱেবচাইটৰ জৰিয়তে শিক্ষাৰ্থীয়ে লাভ কৰিব ফলাফল। ৰোল নম্বৰ,চেণ্টাৰ নম্বৰ আৰু এডমিটত কাৰ্ডত থকা জন্মৰ তাৰিখ জমা কৰি পৰীক্ষাৰ্থীসকলে ফলাফল লাভ কৰিব পাৰিব বুলি জানিবলৈ দিয়ে ছেবাৰ অধ্যক্ষ আৰ চি জৈনে ৷
৬ জুনত ঘোষণা কৰিব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল - HSLC and High madrasa result 2020
হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফলৰ বাবে সাজু হৈছে ছেবা। ৬ জুনত ফলাফল ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল। প্ৰথমবাৰৰ বাবে কেৱল ডিজিটেল মাধ্যমৰে ফলাফল ঘোষণা কৰা হ'ব এইবাৰ।

৬ জুনত ফলাফল ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল