ETV Bharat / state

দিনটোৰ ৰাশিফল : 9 জুন - ৰাশিফল : 9 জুন

কেনে হ’ব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক দিনটোৰ ৰাশিফল...

HOROSCOPE : 9 JUNE
দিনটোৰ ৰাশিফল : 9 জুন
author img

By

Published : Jun 9, 2021, 12:01 AM IST

Updated : Jun 9, 2021, 9:03 AM IST

মেঘ ৰাশি : কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব | নিৰুৎসাহিত হৈ পৰিব পাৰে | আৰামৰ প্ৰয়োজন হ'ব পাৰে ৷ প্ৰেমত গুৰুত্ব দিব ৷ পৰিশ্ৰম হ'লেও ধৈৰ্য ধৰিব ৷

বৃষ ৰাশি : আপোনাৰ কিছু খেলিমেলি হʼব পাৰে ৷ কৰ্ম জীৱনে ব্যক্তিগত জীৱনত প্ৰভাৱ পেলাব ৷ নিজৰ প্ৰেমত মনোযোগ দিব ৷

মিথুন ৰাশি : দিনটো ভালদৰে পাৰ হ'ব ৷ সক্ৰিয় অনুভৱ কৰিব ৷ উপযুক্ত পথত চলাৰ পৰামৰ্শ দিয়া হৈছে ৷ প্ৰেমত শুভ ৷ আনৰ কথাত মনোযোগ নিদিব ৷

কৰ্কট ৰাশি : কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷ আপুনি যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰক ৷ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব ৷ পৰচৰ্চাৰ পৰা আঁতৰি থাকিব ৷

সিংহ ৰাশি : পৰিয়ালৰ লোকৰ সৈতে কোনো কাজিয়া আৰু বিবাদত লিপ্ত নহ’ব । নম্ৰ আৰু বিনয়ী হৈ থাকিব পাৰিলে আপুনি সমস্যাৰপৰা দূৰত থাকিব পাৰিব। শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিলে অধিক লাভ কৰিব ।

কন্যা ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে সুখদায়ক আৰু লাভদায়ক। শাৰীৰিক আৰু মানসিকভাৱে আপুনি সুস্থ হৈ থাকিব ৷ জাগতিক আৰু আধ্যাত্মিক এই দুয়োটা দিশতেই আপুনি পৰিতৃপ্ত অনুভৱ কৰিব।

তুলা ৰাশি : নিজ শিল্পী প্ৰতিভা ব্যৱহাৰ কৰিব ৷ কলা ৰঙৰ প্ৰতি আকৰ্ষিত হʼব পাৰে ৷ নতুন সম্পত্তিৰ লগতে অধিক ধন উপাৰ্জন কৰিব ৷ জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লোৱা ভাল হʼব ৷ প্ৰশংসা লাভ কৰিব ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ কৰিব ৷ আজিৰ দিনটো আপুনি চিন্তা মুক্ত হৈ থাকিব ৷

বৃশ্চিক ৰাশি : হতাশ নহ'ব চেষ্টা কৰক ৷ আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব ৷ ধৈৰ্য্যশীল হওক লাভৱান হ’ব ৷ব্যৱসায় কৰিলে লক্ষ্যত উপনীত হʼব ৷ চকুৰ সমস্যাই দেখা দিব পাৰে।

ধনু ৰাশি : কৰ্ম তথা ব্যৱসায়ত মিশ্ৰিত খেলিমেলি হʼব পাৰে ৷ হতাশা নহ'ব, যিজনে ধৈৰ্য্যশীল হ'ব তেওঁ লাভৱান হ’ব ৷ সিদ্ধান্ত লোৱাত কঠিন হʼব পাৰে ৷ কর্মক্ষেত্ৰত শান্ত হৈ থাকিব সফল হʼব ৷

মকৰ ৰাশি :সন্তানৰ বিষয়ে উদ্বেগ বাঢ়িব পাৰে। অৰ্থহীন আৰু বিতৰ্কিত আলোচনাত লিপ্ত নহ’ব। নতুন কোনো কাম হাতত লোৱাৰ পৰা বিৰত থাকক। ভ্ৰমণ এৰাই চলক। ঘনিষ্ঠ বন্ধুৰ সৈতে সংঘাত হ’ব পাৰে ।

কুম্ভ ৰাশি : কৰ্ম জীৱন ভাল বন্ধুত্বপূৰ্ণ হʼব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ আপোনাক নতুন কৰ্ম লক্ষ্য প্ৰদান কৰিব পাৰে|সন্ধিয়া আপুনি আপোনাৰ নিজৰ প্ৰেমৰ লগত কটাব| মানসিক আৰু শাৰীৰিক চিন্তা ভাল হʼব ৷

মীন ৰাশি : আজি আপুনি সতৰ্কতা অৱলম্বন কৰা উচিত ৷ বহুতো ব্যক্তি লগত সংযোগ হʼব আপোনাৰ পছন্দ কাৰ্যই সহায় কৰিব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ আজিৰ দিনটো আন দিনাৰ দৰেই স্বাভাৱিক ভাৱে পাৰ হ’ব ৷

Last Updated : Jun 9, 2021, 9:03 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.