ETV Bharat / state

অখিল গগৈক নিয়াৰ আদালতত সাক্ষাৎ হীৰেণ গোঁহাইৰ - Hiren Gohain meet Akhil Gogoi at NIA court

14 দিনৰ ন্যায়িক জিম্মাৰ অন্তত শুকুৰবাৰে নিয়া আদালতত হাজিৰ কৰা হ’ল অখিল গগৈক ৷ কৃষক নেতাগৰাকীক সাক্ষাৎ কৰাৰ বাবে আদালতত হাজিৰ হয় হীৰেণ গোঁহাই ৷

Hiren Gohain meet Akhil Gogoi at NIA court
অখিল গগৈক নিয়া আদালতত সাক্ষাৎ হীৰেণ গোঁহাইৰ
author img

By

Published : Jan 10, 2020, 4:29 PM IST

গুৱাহাটী,10 জানুৱাৰীঃ 14 দিনৰ ন্যায়িক জিম্মাৰ অন্তত শুকুৰবাৰে নিয়া আদালতত হাজিৰ কৰা হ’ল অখিল গগৈক ৷ কৃষক নেতাগৰাকীক সাক্ষাৎ কৰাৰ বাবে আদালতত হাজিৰ হয় হীৰেণ গোঁহাই ৷ সাক্ষাৎতৰ পিছতেই অখিল গগৈৰ মাওবাদীৰে সম্পৰ্ক নাই বুলি সংবাদমাধ্যমৰ আগত ব্যক্ত কৰে হীৰেণ গোহাঁইয়ে ৷ মাওবাদী সাহিত্যৰ কিতাপ পঢ়িলেই মাওবাদীৰ সৈতে জড়িত নহয় বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে হীৰেণ গোহাঁইয়ে ৷ তেখেতে আৰু কয় যে, চৰকাৰী পুলিচ পক্ষৰ অভ্যাসেই হৈছে কিছুমান মিছা গোচৰ সাজি মানুহৰ ওপৰত জাপি দিয়া । এইক্ষেত্ৰত ৰাইজৰ কণ্ঠ ৰোধ কৰি প্ৰতিবাদ বিনাশ কৰাৰ চেষ্টা চলাইছে চৰকাৰে ।

অখিল গগৈক নিয়া আদালতত সাক্ষাৎ হীৰেণ গোঁহাইৰ

লগতে পঢ়ক-সাংবাধানিক সুৰক্ষা প্ৰদানক লৈ অমিত শ্বাহৰে বৈঠক মুখ্যমন্ত্ৰীৰ

Intro: অখিল গগৈক সাক্ষাৎতৰ বাবে আদালতত হাজিৰ হীৰেন গোহাঁই। সাক্ষাৎতৰ পিছতে সংবাদমাধ্যমৰ আগত অখিল যে মাওবাদীৰে সম্পৰ্ক নাই সেই কথা কলে হীৰেণ গোহাঁই। মাওবাদী সাহিত্যৰ কিতাপ পঢ়িলে বুলিয়ে যে মাওবাদীৰ সৈতে জড়িত তেনে নহয় বুলি সংবাদমাধ্যমক জানিবলৈ দিলে হীৰেন গোহাঁই।

Body: লগতে হীৰেন গোহাঁই কলে যে চৰকাৰী পুলিচ পক্ষৰ অভ্যাসেই হৈছে কিছুমান মিছা গোচৰ সাজি মানুহৰ ওপৰত জাপি দিয়া। ৰাইজৰ কণ্ঠ ৰোধ কৰি প্ৰতিবাদ বিনাশ কৰাৰ চেষ্টা চলাইছে চৰকাৰে।

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.