ETV Bharat / state

গুৱাহাটীত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল

"আৰৱী সংস্কৃতিৰ লোকক অসমত সংগঠিত কৰিছে বদৰুদ্দিন আজমলে" ৷ এই অভিযোগ হিন্দু যুৱ ছাত্ৰ পৰিষদৰ ৷

author img

By

Published : Oct 13, 2020, 11:19 PM IST

hindu-yuba-satra-parishad-press-meet
গুৱাহাটীত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল

গুৱাহাটী, 13 অক্টোবৰ : "আৰৱী সংস্কৃতিৰ লোকক অসমত সংগঠিত কৰিছে বদৰুদ্দিন আজমলে" ৷ এই অভিযোগ হিন্দু যুৱ ছাত্ৰ পৰিষদৰ ৷ মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল পাতি তেওঁলোকে কয় যে, বদৰুদ্দিন আজমলে অতি পৰিকল্পিতভাৱে অসমীয়া ভাষা, সংস্কৃতি নিঃশেষ কৰিব বিছাৰিছে ৷ লগতে তেওঁলোকে কয় যে, অসমত অসমীয়াৰ পৰিবৰ্তে আৰৱী ভাষা প্ৰচলনৰো ষড়যন্ত্ৰ কৰিছে ৷

কিন্তু বদৰুদ্দিন আজমলে আৰৱী ভাষাক লৈ অসমীয়া সংস্কৃতি নিঃশেষ কৰিব বিছৰা সময়ত মৌন হৈ আছে এচাম বুদ্ধিজীৱি ৷ যি কাৰ্য অতি ভয়ংকৰ বুলি মন্তব্য কৰে হিন্দু যুৱ ছাত্ৰ পৰিষদে ৷
লগতে পঢ়ক: এছ.আই কেলেংকাৰী কেতিয়াও হোৱাই নাছিল: দিলীপ শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.