ETV Bharat / state

HS RESULTS 2023: 2023 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলৰ সামগ্ৰিক বিশ্লেষণ

author img

By

Published : Jun 6, 2023, 10:16 AM IST

Updated : Jun 6, 2023, 4:17 PM IST

আজি ঘোষণা কৰা হ’ল 2023 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল (HS RESULTS 2023) ৷ ৰাজ্যখনৰ ভিতৰত বাক্সা জিলাতে বিজ্ঞান শাখাত সৰ্বাধিক হাৰত উত্তীৰ্ণ হৈছে শিক্ষাৰ্থী ৷

HS RESULTS 2023
ঘোষণা কৰা হ’ল উঃমাঃ চূড়ান্ত বৰ্ষৰ ফলাফল

নিজ ডেস্ক,6 জুন: আজি ঘোষণা কৰা 2023 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত কলা শাখাত জিলিকিল ধেমাজি , বাণিজ্য শাখাত

পশ্চিম কাৰ্বি আংলং, বিজ্ঞান শাখাত বাক্সা জিলা (HS RESULTS 2023)৷

কলা শাখাত

সৰ্বাধিক উত্তীৰ্ণ হৈছে ধেমাজি জিলাত

মুঠ উত্তীৰ্ণ হৈছে 6683

অৱতীৰ্ণ হৈছিল 7365

উত্তীৰ্ণৰ শতকৰা হাৰ 90.74 শতাংশ

দ্বিতীয় স্থানত নলবাৰী

মুঠ উত্তীৰ্ণ হৈছে 6419

অৱতীৰ্ণ হৈছিল 7226

উত্তীৰ্ণৰ শতকৰা হাৰ 88.83 শতাংশ

তৃতীয় স্থান লাভ শিৱসাগৰ

মুঠ উত্তীৰ্ণ হৈছে 5174

অৱতীৰ্ণ হৈছিল 5958

উত্তীৰ্ণৰ শতকৰা হাৰ 86.84 শতাংশ

ক’লা শাখাত ৰাজ্যখনত মুঠ অৱতীৰ্ণ হৈছিল 261231 গৰাকী ছাত্ৰ-ছাত্ৰী

মুঠ উত্তীৰ্ণ হৈছে 183180

প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 28651

দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে 58869

তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 95660

উত্তীৰ্ণৰ হাৰ 70.12 শতাংশ

বাণিজ্য শাখাত

সৰ্বাধিক উত্তীৰ্ণ হৈছে পশ্চিম কাৰ্বি আংলং

মুঠ উত্তীৰ্ণ হৈছে 69

অৱতীৰ্ণ হৈছিল 71

উত্তীৰ্ণৰ হাৰ 97.18 শতাংশ

দ্বিতীয় স্থানত দক্ষিণ শালমৰা

মুঠ উত্তীৰ্ণ হৈছে 36

অৱতীৰ্ণ হৈছিল 36

উত্তীৰ্ণৰ হাৰ 94.44 শতাংশ

তৃতীয় স্থানত বাক্সা

মুঠ উত্তীৰ্ণ হৈছে 306

অৱতীৰ্ণ হৈছিল 329

উত্তীৰ্ণৰ হাৰ 93.01 শতাংশ

বাণিজ্য শাখাত ৰাজ্যখনত মুঠ অৱতীৰ্ণ হৈছিল 20417 গৰাকী ছাত্ৰ-ছাত্ৰী

মুঠ উত্তীৰ্ণ হৈছে 16245

প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 5254

দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে 6486

তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 4505

উত্তীৰ্ণৰ হাৰ 79.57 শতাংশ

বিজ্ঞান শাখাত

সৰ্বাধিক উত্তীৰ্ণ হৈছে বাক্সা জিলাত

মুঠ উত্তীৰ্ণ হৈছে 888

অৱতীৰ্ণ হৈছিল 928

উত্তীৰ্ণৰ হাৰ 79.57 শতাংশ

দ্বিতীয় স্থান লাভ শিৱসাগৰৰ

মুঠ উত্তীৰ্ণ হৈছে 1185

অৱতীৰ্ণ হৈছিল 1250

উত্তীৰ্ণৰ হাৰ 94.80 শতাংশ

তৃতীয় স্থানত নলবাৰী

মুঠ উত্তীৰ্ণ হৈছে 1300

অৱতীৰ্ণ হৈছিল 1374

উত্তীৰ্ণৰ হাৰ 94.61 শতাংশ

বিজ্ঞান শাখাত ৰাজ্যখনত মুঠ অৱতীৰ্ণ হৈছিল 46383 গৰাকী ছাত্ৰ-ছাত্ৰী

মুঠ উত্তীৰ্ণ হৈছে 39405

প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 18868

দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে 16455

তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 4082

উত্তীৰ্ণৰ হাৰ 84.96 শতাংশ

এইবাৰ পূৰ্বৰ 2021 আৰু 2022 চনৰ তুলনাত ৰাজ্যখনত উত্তীৰ্ণৰ হাৰ হ্ৰাস হৈছে ৷

2021 চনত কলা শাখাত উত্তীৰ্ণ হৈছিল 98.93 শতাংশ

2022 চনত কলা শাখাত উত্তীৰ্ণ হৈছিল 83.48 শতাংশ

2023 বৰ্ষত কলা শাখাত উত্তীৰ্ণ হৈছে 70.12 শতাংশ

বাণিজ্য শাখাত

2021 বৰ্ষত উত্তীৰ্ণ হৈছিল 99.57 শতাংশ

2022 বৰ্ষত উত্তীৰ্ণ হৈছিল 87.27 শতাংশ

2023 বৰ্ষত উত্তীৰ্ণ হৈছে 79.57 শতাংশ

বিজ্ঞান শাখাত

2021 বৰ্ষত উত্তীৰ্ণ হৈছিল 99.06 শতাংশ

2022 বৰ্ষত উত্তীৰ্ণ হৈছিল 92.19 শতাংশ

2023 বৰ্ষত উত্তীৰ্ণ হৈছে 84.96 শতাংশ

লগতে পঢ়ক:HS Results 2023: বিজ্ঞান শাখাত শীৰ্ষ 10 স্থানত কোন কোন ?

নিজ ডেস্ক,6 জুন: আজি ঘোষণা কৰা 2023 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত কলা শাখাত জিলিকিল ধেমাজি , বাণিজ্য শাখাত

পশ্চিম কাৰ্বি আংলং, বিজ্ঞান শাখাত বাক্সা জিলা (HS RESULTS 2023)৷

কলা শাখাত

সৰ্বাধিক উত্তীৰ্ণ হৈছে ধেমাজি জিলাত

মুঠ উত্তীৰ্ণ হৈছে 6683

অৱতীৰ্ণ হৈছিল 7365

উত্তীৰ্ণৰ শতকৰা হাৰ 90.74 শতাংশ

দ্বিতীয় স্থানত নলবাৰী

মুঠ উত্তীৰ্ণ হৈছে 6419

অৱতীৰ্ণ হৈছিল 7226

উত্তীৰ্ণৰ শতকৰা হাৰ 88.83 শতাংশ

তৃতীয় স্থান লাভ শিৱসাগৰ

মুঠ উত্তীৰ্ণ হৈছে 5174

অৱতীৰ্ণ হৈছিল 5958

উত্তীৰ্ণৰ শতকৰা হাৰ 86.84 শতাংশ

ক’লা শাখাত ৰাজ্যখনত মুঠ অৱতীৰ্ণ হৈছিল 261231 গৰাকী ছাত্ৰ-ছাত্ৰী

মুঠ উত্তীৰ্ণ হৈছে 183180

প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 28651

দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে 58869

তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 95660

উত্তীৰ্ণৰ হাৰ 70.12 শতাংশ

বাণিজ্য শাখাত

সৰ্বাধিক উত্তীৰ্ণ হৈছে পশ্চিম কাৰ্বি আংলং

মুঠ উত্তীৰ্ণ হৈছে 69

অৱতীৰ্ণ হৈছিল 71

উত্তীৰ্ণৰ হাৰ 97.18 শতাংশ

দ্বিতীয় স্থানত দক্ষিণ শালমৰা

মুঠ উত্তীৰ্ণ হৈছে 36

অৱতীৰ্ণ হৈছিল 36

উত্তীৰ্ণৰ হাৰ 94.44 শতাংশ

তৃতীয় স্থানত বাক্সা

মুঠ উত্তীৰ্ণ হৈছে 306

অৱতীৰ্ণ হৈছিল 329

উত্তীৰ্ণৰ হাৰ 93.01 শতাংশ

বাণিজ্য শাখাত ৰাজ্যখনত মুঠ অৱতীৰ্ণ হৈছিল 20417 গৰাকী ছাত্ৰ-ছাত্ৰী

মুঠ উত্তীৰ্ণ হৈছে 16245

প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 5254

দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে 6486

তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 4505

উত্তীৰ্ণৰ হাৰ 79.57 শতাংশ

বিজ্ঞান শাখাত

সৰ্বাধিক উত্তীৰ্ণ হৈছে বাক্সা জিলাত

মুঠ উত্তীৰ্ণ হৈছে 888

অৱতীৰ্ণ হৈছিল 928

উত্তীৰ্ণৰ হাৰ 79.57 শতাংশ

দ্বিতীয় স্থান লাভ শিৱসাগৰৰ

মুঠ উত্তীৰ্ণ হৈছে 1185

অৱতীৰ্ণ হৈছিল 1250

উত্তীৰ্ণৰ হাৰ 94.80 শতাংশ

তৃতীয় স্থানত নলবাৰী

মুঠ উত্তীৰ্ণ হৈছে 1300

অৱতীৰ্ণ হৈছিল 1374

উত্তীৰ্ণৰ হাৰ 94.61 শতাংশ

বিজ্ঞান শাখাত ৰাজ্যখনত মুঠ অৱতীৰ্ণ হৈছিল 46383 গৰাকী ছাত্ৰ-ছাত্ৰী

মুঠ উত্তীৰ্ণ হৈছে 39405

প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 18868

দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে 16455

তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 4082

উত্তীৰ্ণৰ হাৰ 84.96 শতাংশ

এইবাৰ পূৰ্বৰ 2021 আৰু 2022 চনৰ তুলনাত ৰাজ্যখনত উত্তীৰ্ণৰ হাৰ হ্ৰাস হৈছে ৷

2021 চনত কলা শাখাত উত্তীৰ্ণ হৈছিল 98.93 শতাংশ

2022 চনত কলা শাখাত উত্তীৰ্ণ হৈছিল 83.48 শতাংশ

2023 বৰ্ষত কলা শাখাত উত্তীৰ্ণ হৈছে 70.12 শতাংশ

বাণিজ্য শাখাত

2021 বৰ্ষত উত্তীৰ্ণ হৈছিল 99.57 শতাংশ

2022 বৰ্ষত উত্তীৰ্ণ হৈছিল 87.27 শতাংশ

2023 বৰ্ষত উত্তীৰ্ণ হৈছে 79.57 শতাংশ

বিজ্ঞান শাখাত

2021 বৰ্ষত উত্তীৰ্ণ হৈছিল 99.06 শতাংশ

2022 বৰ্ষত উত্তীৰ্ণ হৈছিল 92.19 শতাংশ

2023 বৰ্ষত উত্তীৰ্ণ হৈছে 84.96 শতাংশ

লগতে পঢ়ক:HS Results 2023: বিজ্ঞান শাখাত শীৰ্ষ 10 স্থানত কোন কোন ?

Last Updated : Jun 6, 2023, 4:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.