ETV Bharat / state

নুনমাটিত এজন লোকৰ দেহত কভিড পজিটিভ - Covid-19

নুনমাটিত কোনো ভ্ৰমণ বৃত্তান্ত নথকা এজন লোকৰ দেহত Covid-19 পজিটিভত কোনো ভ্ৰমণ বৃত্তান্ত নথকা এজন লোকৰ দেহত ধৰা পৰিছে Covid-19 পজিটিভ ৷

নুনমাটিত এজন লোকৰ দেহত কভিড পজিটিভ
নুনমাটিত এজন লোকৰ দেহত কভিড পজিটিভ
author img

By

Published : Jun 23, 2020, 10:13 AM IST

গুৱাহাটী, 23 জুনঃ

GUWAHATI NOONMATI ONE PERSON TESTED COVID19 ETV BHARAT NEWS
নুনমাটিত এজন লোকৰ দেহত কভিড পজিটিভ
  • মহানগৰীত ভয়ংকৰ ৰূপত বৃদ্ধি হৈছে কৰ'ণাৰ সংক্ৰমণ
  • নুনমাটিত কোনো ভ্ৰমণ বৃত্তান্ত নথকা এজন লোকৰ দেহত Covid-19 পজিটিভ
  • আক্ৰান্ত লোকজন নুনমাটিৰ সুব্ৰত কুমাৰ গগৈ বুলি জানিব পৰা গৈছে
  • আক্ৰান্ত সুব্ৰত কুমাৰ গগৈ গুৱাহাটীৰ নুনমাটি তেল শোধনাগাৰত মেকানিকেল বিভাগত কৰ্মৰত
  • আক্ৰান্ত লোকজনৰ দেহত নাছিল কোনোধৰণৰ কৰ'ণাৰ লক্ষণ
  • নিজাববীয়াকৈ Gmch ত কৰা SWAB টেষ্টত লোকজনৰ দেহত ধৰা পৰে Covid-19 পজিটিভ
  • স্বাস্থ্য বিভাগে ইতিমধ্যে আক্ৰান্ত লোকজনক সোণাপুৰ অসামৰিক চিকিৎসালয়লৈ লৈ গৈছে
  • জানিব পৰা মতে আজিও লোকজনে নিজ কৰ্মস্থলীত উপস্থিত আছিল
  • ইয়াকে লৈ আতংকৰ সৃষ্টি হৈছে শোধনাগাৰৰ আন আন কৰ্মচাৰীসকলৰ সকলৰ মাজত
  • উল্লেখ্য যে আক্ৰান্ত সুব্ৰত কুমাৰ গগৈ আন আন বহু লোকৰ সৈতে সংস্পৰ্শলৈ আহিছিল

লগতে চাওকঃ উত্তৰ-পূৱ কয়লা ক্ষেত্ৰ ষড়যন্ত্ৰমূলক ভাৱে বন্ধ কৰা হৈছেঃ অৰুণজ্যোতি মৰাণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.