ETV Bharat / state

পাৰ্কিং মাচুল আদায়ত নিষেধাজ্ঞা গুৱাহাটী পৌৰ নিগমৰ - গুৱাহাটী পৌৰ নিগমে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব

গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তই জাৰি কৰা নিৰ্দেশনা অনুসৰি শ্ব'পিং মল তথা ব্যৱসায়িক প্ৰতিষ্ঠানটোলৈ অহা লোকৰ পৰা সংশ্লিষ্ট প্ৰতিষ্ঠানে বাহন পাৰ্কিং কৰাৰ নামত কোনো ধৰণৰ মাচুল আদায় কৰিব নোৱাৰিব (GMC bans collection of parking charges) ।

gmc-issued-order-on-parking-fees
পাৰ্কিং মাচুল আদায়ত নিষেধাজ্ঞা গুৱাহাটী পৌৰ নিগমৰ
author img

By

Published : May 21, 2022, 10:45 PM IST

গুৱাহাটী, 21 মে': গুৱাহাটী মহানগৰীৰ শ্ব'পিং মল, চিনেমা হল আৰু বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানে পাৰ্কিঙৰ নামত মাচুল আদায় কৰাৰ বিৰুদ্ধে কঠোৰ হৈছে গুৱাহাটী পৌৰ নিগম (GMC bans collection of parking charges)।

উল্লেখ্য যে মহানগৰীৰ একাংশ শ্ব'পিং মল, চিনেমা হল আৰু বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানে তেওঁলোকৰ প্ৰতিষ্ঠানলৈ অহা লোকৰ পৰা বাহন পাৰ্কিং কৰাৰ বাবদ মাচুল সংগ্ৰহ কৰাৰ অভিযোগৰ ভিত্তিত গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তই শণিবাৰে এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে ।

GMC issued order on parking fees
পাৰ্কিং মাচুল আদায়ত নিষেধাজ্ঞা গুৱাহাটী পৌৰ নিগমৰ

গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তই জাৰি কৰা নিৰ্দেশনা অনুসৰি শ্ব'পিং মল তথা ব্যৱসায়িক প্ৰতিষ্ঠানটোলৈ অহা লোকৰ পৰা সংশ্লিষ্ট প্ৰতিষ্ঠানে বাহন পাৰ্কিং কৰাৰ নামত কোনো ধৰণৰ মাচুল আদায় কৰিব নোৱাৰিব ।

মাচুল আদায় কৰিলে আইনগতভাবে তেনে প্ৰতিষ্ঠানৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে ।

লগতে পঢ়ক: পেট্ৰ’ল-ডিজেলৰ শুল্ক হ্ৰাস, ৰন্ধন গেছত ২০০ টকাৰ ৰাজসাহায্য

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.