গুৱাহাটী, 13 নৱেম্বৰ: "শিক্ষামন্ত্ৰীয়ে আমাক লগ নিদিলে ৷ আমি প্ৰতাৰিত হৈছো । লিখিত আৱেদন দিয়াৰ পিচতো লগ নিদিলে শিক্ষামন্ত্ৰীয়ে । আমাৰ আশা,আশা হৈয়ে ৰ'ল। " এই মন্তব্য এগৰাকী ৰন্ধনকৰ্মীৰ ৷ দিছপুৰ প্ৰেছ ক্লাবত বুধবাৰে মধ্যাহ্ন ভোজন কৰ্মচাৰীয়ে সম্বোধন কৰা এখন সাংবাদমেলত উক্ত মন্তব্য কৰে এগৰাকী মধ্যাহ্ন ভোজন কৰ্মীয়ে ৷ ইয়াৰোপৰি মধ্যাহ্ন ভোজন কৰ্মীসকলে সংবাদ মেলত 20 নৱেম্বৰৰ ভিতৰত জনতা ভৱন ঘেৰাও কৰাৰ লগতে ৰেলপথ অৱৰোধ কৰাৰ কথা উল্লেখ কৰে ৷ উক্ত প্ৰতিবাদ কাৰ্যসূচীত প্ৰতিবাদীসকলৰ কোনো ক্ষতি হ'লে তাৰ বাবে শিক্ষামন্ত্ৰী জগৰীয়া হ'ব বুলি মন্তব্য কৰে এগৰাকী কৰ্মীয়ে ৷
শিক্ষা মন্ত্ৰী চোৰ, শিক্ষা মন্ত্ৰী বিক্ৰী হৈছে : মধ্যাহ্ন ভোজন কৰ্মী - গুৱাহাটী মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ সাংবাদমেল
মধ্যাহ্ন ভোজন কৰ্মীসকলে সংবাদ মেলত 20 নৱেম্বৰৰ ভিতৰত জনতা ভৱন ঘেৰাও কৰাৰ লগতে ৰে'লপথ অৱৰোধ কৰাৰ কথা উল্লেখ কৰে ৷
গুৱাহাটী, 13 নৱেম্বৰ: "শিক্ষামন্ত্ৰীয়ে আমাক লগ নিদিলে ৷ আমি প্ৰতাৰিত হৈছো । লিখিত আৱেদন দিয়াৰ পিচতো লগ নিদিলে শিক্ষামন্ত্ৰীয়ে । আমাৰ আশা,আশা হৈয়ে ৰ'ল। " এই মন্তব্য এগৰাকী ৰন্ধনকৰ্মীৰ ৷ দিছপুৰ প্ৰেছ ক্লাবত বুধবাৰে মধ্যাহ্ন ভোজন কৰ্মচাৰীয়ে সম্বোধন কৰা এখন সাংবাদমেলত উক্ত মন্তব্য কৰে এগৰাকী মধ্যাহ্ন ভোজন কৰ্মীয়ে ৷ ইয়াৰোপৰি মধ্যাহ্ন ভোজন কৰ্মীসকলে সংবাদ মেলত 20 নৱেম্বৰৰ ভিতৰত জনতা ভৱন ঘেৰাও কৰাৰ লগতে ৰেলপথ অৱৰোধ কৰাৰ কথা উল্লেখ কৰে ৷ উক্ত প্ৰতিবাদ কাৰ্যসূচীত প্ৰতিবাদীসকলৰ কোনো ক্ষতি হ'লে তাৰ বাবে শিক্ষামন্ত্ৰী জগৰীয়া হ'ব বুলি মন্তব্য কৰে এগৰাকী কৰ্মীয়ে ৷
আমাৰ কোনো কথায়ে নুশুনিলে শিক্ষামন্ত্ৰী গৰাকীয়ে । আনহাতে ৰন্ধন কৰ্মীৰ এই সংবাদমেলতে ঘোষণা
20 নৱেম্বৰৰ ভিতৰত আমি জনতা ভৱন ঘেৰাও কৰিম ।
Body:আমাক অপমান কৰিছে। এইবোৰ সকলো ভেঁকুভাওনা। আমি শীঘ্ৰে জনতা ভৱনৰ সন্মুখত প্ৰতিবাদ কৰিম। ৰেলপথ অৱৰোধ কৰিম।
• যদি কিবা হয় ইয়াৰ বাবে জগৰীয়া হব শিক্ষা মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী।
• শিক্ষা মন্ত্ৰী চোৰ হয়। শিক্ষা মন্ত্ৰী বিক্ৰী গৈছে। শিক্ষা মন্ত্ৰীৰ সাহস নহল আমাৰ সন্মুখত আহিবলৈ। জনতা ভৱনত শিক্ষা মন্ত্ৰীয়ে বৈঠকলৈ আমন্ত্ৰণ কৰিয়ো ৰান্ধনী সন্থাৰ সৈতে বৈঠকত উপস্থিত নথকা পিছত এই প্ৰতিক্ৰিয়া ৰান্ধনী সন্থাৰ।
Conclusion:উল্লেখযোগ্য যে মধ্যান্হ ভোজন কৰ্মচাৰী সকলক বুধবাৰে শিক্ষা মন্ত্ৰী গৰাকীয়ে লগ দিয়া কথা আছিল যদিও
শিক্ষা বিভাগৰ আয়ুক্ত সচিবৰ লগতহে বৈঠক হয় ৰান্ধনী সন্থাৰ ।