ETV Bharat / state

অম্বুবাচী উপলক্ষ্যে উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ বিশেষ ব্যৱস্থা

এইবাৰ ৰেল ষ্টেচনত ভক্তৰ শিবিৰৰ ব্যৱস্থা কৰা নাই । ইয়াৰ পৰিৱৰ্তে কামাখ্যা ৰেল ষ্টেচনত ভক্তৰ সহায় হোৱাকৈ নিৰ্মাণ কৰা হৈছে তথ্য সংগ্ৰহৰ বিশেষ কেন্দ্ৰ।

author img

By

Published : Jun 19, 2019, 9:16 PM IST

ETV BHARAT

গুৱাহাটী,19 জুন :অম্বুবাচীলৈ আৰু মাজত দুটা দিন । ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে জিলা প্ৰশাসনে। প্ৰশাসনে নিৰ্মাণ কৰা চাৰিটাকৈ ভক্তৰ শিবিৰৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। মহানগৰীৰ বৰিপাৰা তৰুণ সংঘ খেলপথাৰ, পাণ্ডু, নাহৰবাৰী আৰু ফাচীবজাৰত নিৰ্মাণৰ কৰা হৈছে ভক্তৰ শিবিৰ। এটাকৈ শিবিৰত প্ৰায় 40 হাজাৰকৈ ভক্ত থকাৰ ব্যৱস্থা কৰা হৈছে ।

অম্বুবাচীৰ ভক্তৰ সাহাৰ্যৰ বাবে ৰেল বিভাগৰ বিশেষ ব্যৱস্থা

আনহাতে ৰেল বিভাগেও কামাখ্যা ৰেল ষ্টেচনত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । যাত্ৰীৰ বাবে বিশেষ ৰেলৰ লগতে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে ৰেল বিভাগে। ৰেলেৰে অগনন যাত্ৰী অহা ফলত ষ্টেচনটোত অভাৱনীয় পৰিস্থিতি সৃষ্টি হোৱাৰ বাবে এইবাৰ ৰেল ষ্টেচনত ভক্তৰ শিবিৰৰ ব্যৱস্থা কৰা নাই । ইয়াৰ পৰিৱৰ্তে কামাখ্যা ৰেল ষ্টেচনত ভক্তৰ সাহাৰ্যৰ বাবে নিৰ্মাণ কৰা হৈছে তথ্য সংগ্ৰহৰ বিশেষ কেন্দ্ৰ।

Intro:অম্বুবাচীলৈ আৰু মাজত মথো কেইটামান দুটা দিন বাকী। ইতিমধ্যেই সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে জিলা প্ৰশাসনে। প্ৰসাশনে নিৰ্মাণ কৰা চাৰিটাকৈ ভক্তৰ শিবিৰৰ কাম সম্পূৰ্ণ হৈছে। মহানগৰীৰ বৰিপাৰা তৰুণ সংঘ খেলপথাৰ, পাণ্ডু, নাহৰবাৰী আৰু ফাচীবজাৰত নিৰ্মাণৰ কৰা হৈছে ভক্তৰ শিবিৰ। এটাকৈ শিবিৰত প্ৰায় ৪০হাজাৰকৈ ভক্ত থাকিব পাৰিব। ইফালে ৰেল বিভাগও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে কামাখ্যা ৰেল ষ্টেচনত। যাত্ৰীৰ বাবে বিশেষ দুখন ৰেলৰ লগতে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে ৰেল বিভাগে। এইবাৰ ৰেল ষ্টেচন নাই কোনো ভক্তৰ শিবিৰ। কিয়নো ৰেলৰে অগনন যাত্ৰী অহা ফলত ষ্টেচনটোত সৃষ্টি হয় অভাৱনীয় পৰিস্থিতিৰ। যাৰ বাবে এইবাৰ কামাখ্যা ৰেল ষ্টেচনত ভক্তৰ শিবিৰৰ পৰিৱৰ্তে নিৰ্মাণ কৰা হৈছে তথ্য সংগ্ৰহৰ বিশেষ কেন্দ্ৰ। যত ভক্তসকলে সকলো ধৰণৰ তথ্য জানিব পাৰিব। মুঠৰ ওপৰত মহানগৰ অম্বুবাচীকলৈ সাজু চৰকাৰ, জিলা প্ৰশাসন, ৰেল বিভাগ, মন্দিৰ পৰিচালনা সমিতি।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.