ETV Bharat / state

মহানগৰীৰ ৬‍১ খন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ GMC ৰ জাননী

author img

By

Published : Oct 25, 2021, 9:02 AM IST

occupancy certificate বিচাৰি মহানগৰীৰ 61 খন ব্যক্তিগত চিকিৎসালয়লৈ GMC ৰ জাননী ৷ বৰ্তমানলৈকে জাননীৰ উত্তৰ দিছে 30 খন চিকিৎসালয়ে ৷

ass_ghy_04_ gmc_ photo_7210450
মহানগৰীৰ ৬‍১ খন ব্যক্তিগতখণ্ডৰ চিকিৎসালয়লৈ GMCৰ জাননী

গুৱাহাটী, 25 অক্টোবৰ : এইবাৰ কৰ ফাঁকি দিয়া আৰু নিয়ম নমনা ব্যক্তিগত খণ্ডৰ হাস্পতাল, নাৰ্চিংহোমৰ বিৰুদ্ধে কঠোৰ হৈছে গুৱাহাটী পৌৰ নিগম ৷ যোৱা 21 ছেপ্তেম্বৰত মহানগৰীৰ ৬‍১ খন ব্যক্তিগত খণ্ডৰ নাৰ্চিংহোম, হাস্পতাললৈ গুৱাহাটী পৌৰ নিগমে প্ৰেৰণ কৰিছিল জাননী ৷

ass_ghy_04_ gmc_ photo_7210450
মহানগৰীৰ ৬‍১ খন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ GMC ৰ জাননী

occupancy certificate সাতদিনৰ ভিতৰত জমা দিবলৈ জাননী প্ৰেৰণ কৰিছিল জি এম চিয়ে ৷ এই 61 খন চিকিৎসালয়ৰ 30 খন নাৰ্চিংহোম, হাস্পতালে জি এম চিক উত্তৰ দিছে যদিও এই 30 খনৰ 12 খন চিকিৎসালয়ৰে নাই occupancy certificate ৷

ইয়াৰ উপৰিও বৰ্তমানলৈকে 50 শতাংশ হাস্পতাল, নাৰ্চিংহোমে জি এম চিৰ এই জাননীৰ কোনো উত্তৰ দিয়া নাই ৷ উত্তৰ নিদিয়া চিকিৎসালয়সমূহক সোমবাৰে পুনৰ জাননী প্ৰেৰণ কৰিব বুলি জি এম চিৰ এক সূত্ৰই প্ৰকাশ কৰিছে ৷

পৰৱৰ্তী সময়ত কৰ ফাঁকি দিয়া আৰু নীতি-নিয়ম নমনা কমাৰ্চিয়েল এপাৰ্টমেণ্ট আৰু ব্যৱসায় প্ৰতিষ্ঠানসমূহলৈও জাননী প্ৰেৰণ কৰিব বুলি সূত্ৰটোৱে প্ৰকাশ কৰে ।

লগতে পঢ়ক : সোমবাৰে থাওৰাত নিৰ্বাচনী প্ৰচাৰ চলাব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.