ETV Bharat / state

চলন্ত ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰ নদীত জাঁপ দিয়ে যুৱতীয়ে - ব্ৰহ্মপুত্ৰ নদীত জাঁপ দিয়ে যুৱতীয়ে

শাৰদীয় দুৰ্গোৎসৱৰ উখল-মাখল পৰিৱেশৰ মাজতে গুৱাহাটীৰ ফাঁচীবজাৰ পাৰঘাটত অঘটন সংঘটিত হয় ৷ চলন্ত ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰ নদীত জাঁপ দিয়ে এগৰাকী যুৱতীয়ে (Girl jumped from a moving ferry ) ৷

Etv Bharatgirl-jumped-from-a-moving-ferry-in-brahmaputra-river
Etv Bharatচলন্ত ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰ নদীত জাঁপ দিয়ে যুৱতীয়ে
author img

By

Published : Oct 1, 2022, 7:04 PM IST

  • গুৱাহাটীৰ ফাঁচীবজাৰ পাৰঘাটত অঘটন
  • চলন্ত ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰ নদীত জাঁপ দিয়ে যুৱতীয়ে(Girl Jumps into Brahmaputra)
  • এম ভি বুঢ়াদিয়া নামৰ ফেৰীখনৰ পৰা ব্ৰহ্মপুত্ৰত জাঁপ দিছিল যুৱতীগৰাকীয়ে
  • বিয়লি ৪-৪৫ বজাত জাহাজখন উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ ঘাটৰ পৰা ফাঁচীবজাৰ ঘাটলৈ‌ গৈ আছিল ফেৰীখন
  • নৈত সন্ধানহীন হৈ থকা যুৱতী গৰাকীৰ এতিয়ালৈ পৰিচয় জানিব পৰা হোৱা নাই
  • শাৰদীয় দুৰ্গোৎসৱৰ উখল-মাখল পৰিৱেশৰ মাজতে গুৱাহাটীৰ ফাঁচীবজাৰ পাৰঘাটত সংঘটিত হয় এই অঘটন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.