ETV Bharat / state

কেবৰ বিৰোধিতাৰে শৰাইঘাটলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ জোঁৰ সমদল

লোকসভাত কেব উত্থাপিত হোৱাৰ পিছতেই অধিক তীব্ৰতৰ হৈছে প্ৰতিবাদৰ জোঁৱাৰ । সকলো স্তৰৰ প্ৰতিজন অসমীয়াই কেবৰ বিৰুদ্ধে ৰাজপথত ওলাই আহিছে। সোমবাৰে ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰসমাজৰ উদ্যোগত অনুষ্ঠিত হয় ' আকৌ শৰাইঘাটলৈ' শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী ।

Gauhati University torch rally to Saraighat protesting CAB
কেবৰ বিৰোধিতাৰে শৰাইঘাটলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ জোঁৰ সমদল
author img

By

Published : Dec 10, 2019, 2:45 AM IST

গুৱাহাটী,9 ডিচেম্বৰঃ লোকসভাত কেব উত্থাপিত হোৱাৰ পিছতেই অধিক তীব্ৰতৰ হৈছে প্ৰতিবাদৰ জোঁৱাৰ । সকলো স্তৰৰ প্ৰতিজন অসমীয়াই কেবৰ বিৰুদ্ধে ৰাজপথত ওলাই আহিছে। সোমবাৰে ড৹ ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰসমাজৰ উদ্যোগত অনুষ্ঠিত হয় ' আকৌ শৰাইঘাটলৈ' শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী । এই প্ৰতিবাদী কাৰ্যসূচীৰূপে ভূপেন হাজৰিকা সমাধিক্ষেত্ৰৰ পৰা শৰাইঘাটলৈ উলিওৱা হয় এক জোঁৰ সমদল । এই সমদলত শিল্পী, সাহিত্যিক, সাংবাদিক তথা বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰসমাজে অংশগ্ৰহণ কৰে ।

কেবৰ বিৰোধিতাৰে শৰাইঘাটলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ জোঁৰ সমদল

কেবৰ ভয়াৱহতা উল্লেখ কৰি ৰাইজক একগোট হৈ থাকিবলৈ আহ্বান জনালে জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাই।

তাৰোপৰি অসমীয়াৰ শেষ কথা কেব নামানো নামানো আৰু নামানো বুলি উল্লেখ কৰে জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈয়ে ।

ইফালে বিজেপিৰ পৰা পদত্যাগ কৰিয়েই প্ৰতিবাদত অংশগ্ৰহণ কৰি বিজেপিক সকীয়নি দিয়ে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই ।

জাতিটোৰ ওপৰত একোৱে হ'ব নোৱাৰে বুলি কৈ বিধেয়ক বাতিল নোহোৱা পৰ্যন্ত সংগ্ৰাম কৰি যোৱাৰ কথা উল্লেখ কৰে জনপ্ৰিয় অভিনেতাগৰাকীয়ে ।

আৰু পঢ়ক তেজেৰে ইতিহাস লিখি 'আকৌ শৰাইঘাটলৈ' গুৱাহাটী বিশ্ববিদ্যালয়

Intro:লোকসভাত কেব গৃহীত হোৱাৰ পিছতেই অধিক তীব্ৰতৰ হৈছে প্ৰতিবাদৰ জোঁৱাৰ। সকলো স্তৰৰ প্ৰতিজন অসমীয়াই কেবৰ বিৰুদ্ধে ৰাজপথত ওলাই আহিছে। সোমবাৰে ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰসমাজৰ উদ্যোগত অনুষ্ঠিত হয় ' আকৌ শৰাইঘাটলৈ' শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী। ভূপেন হাজৰিকা সমাধিক্ষেত্ৰৰ পৰা শৰাইঘাটলৈ উলিওৱা হয় এক জোৰ সমদল। সমদলত অংশগ্ৰহণ কৰে শিল্পী, সাহিত্যিক, সাংবাদিক তথা বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰসমাজ। কেবৰ ভয়াৱহতা উল্লেখ কৰি ৰাইজক একগোট হৈ থাকিবলৈ আহ্বান জনালে জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাই। তাৰোপৰি অসমীয়াৰ শেষ কথা কেব নামানো নামানো আৰু নামানো বুলি উল্লেখ কৰে জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈয়ে। ইফালে বিজেপিৰ পৰা পদত্যাগ কৰিয়েই প্ৰতিবাদত অংশগ্ৰহণ কৰি বিজেপিক সকিয়নি জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ। জাতিটোৰ ওপৰত একোৱে হ'ব নোৱাৰে বুলি কৈ বিধেয়ক বাতিল নোহোৱা পৰ্যন্ত সংগ্ৰাম কৰি যোৱাৰ কথা উল্লেখ কৰে জনপ্ৰিয় অভিনেতাগৰাকীয়ে।Body:Guwahati Conclusion:Hirul Haque

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.