ETV Bharat / state

আইডল কেলেংকাৰীৰ তদন্ত ক্ষীপ্ৰ কৰাৰ দাবী বিশ্ববিদ্যালয় আছুৰ - জম্মু কাশ্মীৰৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ আলটাফ হুছেইন শইকীয়া

অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ আলটাফ হুছেইন শইকীয়াক গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আইডলৰ কেলেংকাৰীৰ তদন্তৰ দায়িত্ব ৷ তদন্ত ক্ষীপ্ৰ কৰাৰ দাবী বিশ্ববিদ্যালয় আছুৰ ৷

AASU demand for quick investigation of IDOL scam
গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইডল কেলেংকাৰীৰ তদন্ত ক্ষীপ্ৰ কৰাৰ দাবী বিশ্ববিদ্যালয় আছুৰ
author img

By

Published : Dec 5, 2019, 3:27 PM IST

গুৱাহাটী,5 ডিচেম্বৰ: দূৰ আৰু মুক্ত শিক্ষা প্ৰতিষ্ঠানৰ ২১টাকৈ পাঠ্যক্ৰম অনুমোদনবিহীন ভাৱে চলাই থকাৰ তথ্য কেগে প্ৰকাশ কৰাৰ পিছতেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইডলৰ অন্তৰ্গত হাজাৰ হাজৰ ছাত্ৰ ছাত্ৰীৰ মাজত সৃষ্টি হৈছিল হাহাকাৰ পৰিস্থিতি ৷ এইক্ষেত্ৰত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কঠোৰ পদক্ষেপ ল'বলৈ লিখিতভাৱে দাবী জনাইছিল গুৱাহাটী বিশ্ববিদ্যালয় আছু গোট আৰু বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাই। ইয়াৰ পিছতেই তাৎক্ষণিকভাৱে প্ৰায় ৭৪ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতলৈ অনিশ্চয়তা কঢ়িয়াই অনা আইডলৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈয়ে ৷ ইতিমধ্যেই এই সন্দৰ্ভত বুধবাৰে অনুষ্ঠিত হৈ যায় কাৰ্যবাহী পৰিষদৰ এখন গুৰুত্বপূৰ্ণ বৈঠক ৷ এই বৈঠকত জম্মু কাশ্মীৰৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ আলটাফ হুছেইন শইকীয়াৰ নেতৃত্বত গঠন কৰা হয় এখনি তদন্ত কমিটি ৷ তাৰোপৰি আইডলৰ দুই প্ৰাক্তন সঞ্চালক ক্ৰমে কন্দৰ্প দাস আৰু অধ্যাপক অশোক কুমাৰ বৰাকো নিজ নিজ দায়িত্বৰ পৰা অপসাৰণ কৰা হয়। লগতে আইডলৰ বৰ্তমানৰ সঞ্চালক ড০ অমৃত চৌধুৰীকো তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিজৰ বিভিন্ন সুবিধা কৰ্তন কৰা হয়।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইডল কেলেংকাৰীৰ তদন্ত ক্ষীপ্ৰ কৰাৰ দাবী বিশ্ববিদ্যালয় আছুৰ

বিশ্ববিদ্যালয়ৰ এই সিন্ধান্তক আদৰণি জনাইছে বিশ্ববিদ্যালয়ৰ আছু গোটে। লগতে এই বিষয়টোৰ সন্দৰ্ভত ক্ষীপ্ৰতাৰে তদন্ত কৰি ছাত্ৰ-ছাত্ৰীসকলৰ শংকা দূৰ কৰাৰ লগতে এই দুৰ্নীতিৰ লগত জড়িত সকলো বিষয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লবলৈ দাবী জনাই আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য গোপাল দাসে।

লগচে চাওকঃশিৱসাগৰৰ শিমলুগুৰিত বৰমৌৰ সন্ত্ৰাস

Intro:প্ৰসংগঃ আইডল কেলেংকাৰী। দুৰ আৰু মুক্ত শিক্ষা প্ৰতিষ্ঠানৰ ২১টাকৈ পাঠ্যক্ৰম অনুমোদনবিহীন ভাৱে চলাই থকাৰ তথ্য কেগে প্ৰকাশ কৰাৰ পিছতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত। এই ক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কঠোৰ পদক্ষেপ ল'বলৈ গুৱাহাটী বিশ্ববিদ্যালয় আছু গোট আৰু বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাই লিখিতভাৱে দাবী জনাইছিল। ইয়াৰৰ পিছতেই তাৎক্ষণিকভাৱে প্ৰায় ৭৪ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতলৈ অনিশ্চয়তা কঢ়িয়াই অনা আইডলৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈয়ে। ইতিমধ্যেই বুধবাৰে কাৰ্যবাহী পৰিষদৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায়। জম্মু কাশ্মীৰৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ আলটাফ হুছেইন শইকীয়াৰ নেতৃত্বত এখনি তদন্ত কমিটি গঠন কৰা হয় এই বৈঠকত। তাৰোপৰি আইডৰ প্ৰাক্তন দুই সঞ্চালক ক্ৰমে কন্দৰ্প দাস আৰু অধ্যাপক অশোক কুমাৰ বৰাক নিজ নিজ দায়িত্বৰ পৰা অপসাৰণ কৰা হয়। লগতে আইডৰ বৰ্তমানৰ সঞ্চালক ড০ অমৃত চৌধুৰীকো তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিজৰ বিভিন্ন সুবিধা কৰ্তন কৰা হয়। ইফালে বিশ্ববিদ্যালয়ৰ এই সিন্ধান্তক আদৰণি জনাইছে আছুৱে। তদন্ত ক্ষীপ্ৰতাৰে কৰি ছাত্ৰ-ছাত্ৰীসকলৰ শংকা দূৰ কৰাৰ লগতে এই দুৰ্নীতিৰ লগত জড়িত সকলো বিষয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লবলৈ দাবী জনালে আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য গোপাল দাসে।

Byte- গোপাল দাস, আছুBody:Guwahati Conclusion:Hirul Haque

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.