ETV Bharat / state

গামোচাৰে নধৰা হৈছে মহানগৰীৰ বজাৰ

বাপোটি সাহোন বহাগৰ বিহুলৈ মাজত মাথো কেইটামান দিন, শিপিনী সকলৰো গাত তত নাইকিয়া অৱস্থা ৷

মহানগৰীৰ বজাৰ এতিয়া গামোচাৰে নধৰা
author img

By

Published : Apr 2, 2019, 9:08 PM IST

গুৱাহাটী, 2এপ্ৰিলঃমহানগৰীৰ বজাৰ এতিয়া গামোচাৰে নধৰা হৈছে। বিভিন্ন স্থানৰ পৰা অনা হৈছে গামোচা । ৰামদিয়া, শুৱালকুচি আদি ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অনা হৈছে বিভিন্ন প্ৰকাৰৰ গামোচা ।

বাপটি সাহোন বহাগ বিহুলৈ মাজত মাথো কেইটামান দিন

বিহুৰ লগে লগে এইবাৰআহিছে নিৰ্বাচন । নিৰ্বাচন আৰু বিহুৰ উথপ-থপৰ মাজতে বজাৰলৈ আহিছে ভিন্ন প্ৰকাৰৰ গামোচা । গামোচাৰ চাহিদা এইবাৰ সেয়ে অধিক হোৱাটো স্বাভাৱিক । গতিকে বিগত বছৰৰ তুলনাত এইবাৰবিহুত যেগামোচা বিক্ৰী সৰ্বাধিক যে হ'ব সেয়া নিশ্চিত।

Intro:বাপটি সাহোন বহাগ বিহুলৈ মাজত মাথো কেইটামান দিন।
বহাগ বিহুৰ অহাৰ লগে লগে শিপিনী সকলৰো গাত তৰণি নোহোৱা অৱস্থা কাৰণ বিহুৰ বাবে বৈ উলিয়াব লগা হৈছে গামোচা। কোনোটোৰ ফুল সৰু কোনো তোৰ ফুল ডাঙৰ।মহানগৰীৰ বজাৰ এতিয়া মাথো গামোচাৰে নধৰা।বিভিন্ন স্থানৰ পৰা অনা হৈছে গামোচা। ৰামদিয়া, শুৱালকুচি বহু ঠাইৰ পৰা অনা হৈছে বিভিন্ন প্ৰকাৰৰ গামোচা।

Body:বিহুৰ লগে লগে এইবাৰ লগতে আহিছে নিৰ্বাচন। নিৰ্বাচন আৰু বিহুৰ উঠপ থপৰ মাজত বজাৰলৈ আহিছে ভিন্ন প্ৰকাৰৰ গামোচা। গামোচাৰ চাহিদা এইবাৰ সেয়ে অধিক হোৱাটো স্বভাৱিক।কাৰণ নিৰ্বাচনৰ প্ৰচাৰৰ বাবে ঘূৰি ফুৰা আমাৰ প্ৰাৰ্থীসকলক প্ৰয়োজন হব এখন দুখন নহয় ছয় সাত খন কৈ গামোচা। লগতে প্ৰাৰ্থী সকলৰ পালি নেতা সকলৰ বাবেও দিব লগা হয় একোখন কৈ গামোচা।গতিকে বিগত বছৰৰ বিহুৰ প্ৰকক্ষণতকৈ এইবাৰৰ গামোচা বজাৰৰত বিক্ৰী সৰ্বাধিক হোৱাৰ শুভ ইংগিত।
Bite:- বজাৰৰ দোকানী।
দোকানী সকলৰ আশা এইবাৰৰ বজাৰ বিগত বছৰৰ তুলনাত ভাল হোৱাৰ আশাৰে বিহুলৈ দিন থকাৰ মাজতো বজাৰলৈ গামোচা আনিছে। আনহাতে গামোচা কিনাৰ বাবে গ্ৰাহকেও এতিয়া বজাৰলৈ আহিছে।
Bite:- ক্রেতা।

Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.