ETV Bharat / state

মহানগৰীত হ্ৰাস পালে খাৰুৱা তেলৰ মূল্য

শুকুৰবাৰে মহানগৰীত পেট্ৰ'লৰ মূল্য ৭০.৪৯ টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য হয়গৈ ৬৫.৩৫ টকা।

মহানগৰীত হ্ৰাস পালে খাৰুৱা তেলৰ মূল্য
author img

By

Published : Jun 7, 2019, 12:03 PM IST

গুৱাহাটী, ৭ জুন : মহানগৰীত ক্ৰমাৎ নিম্নগামী খাৰুৱা তেলৰ মূল্য। বিগত কেইদিনৰ দৰেই শুকুৰবাৰেও গুৱাহাটীত হ্ৰাস পায় পেট্ৰ'ল-ডিজেলৰ মূল্য।

শুকুৰবাৰে গুৱাহাটীত পেট্ৰ'লৰ মূল্য ১৩ পইছাকৈ হ্ৰাস পোৱাৰ বিপৰীতে ৩৩ পইছাকৈ হ্ৰাস পায় ডিজেলৰ মূল্য। আজি মহানগৰীত পেট্ৰ'লৰ মূল্য ৭০.৪৯ টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য হয়গৈ ৬৫.৩৫ টকা।

Intro:আজিও হ্ৰাস পালে গুৱাহাটীত পেট্ৰল আৰু ডিজেলৰ মূল্য।

Body:আজিও হ্ৰাস পালে পেট্ৰল আৰু ডিজেলৰ মূল্য। আজি পেট্ৰলত ১৩ পইচা আৰু ডিজেলত ৩৩ পইচা হ্ৰাস পালে। আজি গুৱাহাটী মহানগৰীত পেট্ৰল আৰু ডিজেলৰ মূল্য পেট্ৰলত ৭০.৪৯ (70.49) টকা আৰু ডিজেলত ৬৫.৩৫ (65.35) টকা।

Conclusion:Asrsr Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.