ETV Bharat / state

বেহাৰবাৰীত উৎখাত ভুৱা ড্ৰাইভিং লাইচেঞ্চ চক্ৰ - অনুজ্ঞা পত্ৰ

বেহাৰবাৰীৰ এখন দোকানত ষ্টক কৰি ৰাখিছিল সামগ্ৰী সমূহৰ । নলবাৰী, কামৰূপ, নগাঁও, জিলাৰ জাল চহী ব্যবহৃত লগতে পাঞ্জাৱ, উৰিষ্যা, মুম্বাইৰ ডিটিঅ'ৰ চহী জাল কৰিছিল ।

বেহাৰবাৰীত উৎখাত ভুৱা ড্ৰাইভিং লাইচেঞ্চ চক্ৰ
author img

By

Published : Sep 4, 2019, 2:42 PM IST

গুৱাহাটী, 4 চেপ্তেম্বৰঃ নিশা গড়চুক আৰু বশিষ্ঠ আৰক্ষীৰ জিলা পৰিবহন বিভাগৰ কাৰ্যালয়ৰ ​​ যুটীয়া অভিযান বেহাৰবাৰী অঞ্চলত । অভিযানকালত জব্দ জালিয়াতিৰে তৈয়াৰ কৰা অনুজ্ঞা পত্ৰ, কম্পিউটাৰ মেচিন, যাৱতীয় নথিপত্ৰ আৰু প্ৰিন্টাৰ । ৰাজ্যৰ ভিন্ন জিলাৰ লগতে দেশৰ ভিন্ন ৰাজ্যৰ অনুজ্ঞা পত্ৰ জব্দ কৰে অভিযানকাৰী দলটোৱে । 32 খন অনুজ্ঞা পত্ৰৰ লগতে অত্যাধুনিক প্ৰিণ্ট মেচিন আৰু 100 খন স্কেন সংলগ্ন কাৰ্ড জব্দ । ৰাজ্যৰ ভিন্ন জিলাৰ অনুজ্ঞা পত্ৰ বনাই দিম বুলি ধন লুটি আহিছিল ধৃত নিকুঞ্জ দাসে । ধৃত নিকুঞ্জৰ ঘৰ বৰপেটাত ৷ বেহাৰবাৰীৰ এখন দোকানত ষ্টক কৰি ৰাখিছিল সামগ্ৰী সমূহৰ । নলবাৰী, কামৰূপ, নগাঁও, জিলাৰ জাল চহী ব্যবহৃত লগতে পাঞ্জাৱ, উৰিষ্যা, মুম্বাইৰ ডিটিঅ'ৰ চহী জাল কৰিছিল ।

Intro:বেহাৰবাৰীত উৎখাত ভুৱা ড্ৰাইভিং লাইচেঞ্চ প্ৰস্তুত কৰা চক্ৰ

Body:নিশা গড়চুক আৰু বশিষ্ঠ আৰক্ষীৰ জিলা পিৰবহন বিভাগৰ কাৰ্যলয় আৰু বেহাৰবাৰীত যুটীয়া অভিযান ।
অভিযানত জব্দ জালিয়াতি কৰা অনুজ্ঞা পত্ৰ । কম্পিউটাৰ মেচিন যাবতীয় নথিপত্ৰ আৰু প্ৰিন্টাৰ ।
ৰাজ্যৰ ভিন্ন জিলাৰ লগতে ৰাষ্ট্ৰৰ ভিন্ন ৰাজ্যৰ অনুজ্ঞা পত্ৰ জব্দ । ৩২ খন অনুজ্ঞা পত্ৰৰ লগতে ১০০ খন কাৰ্ড প্ৰিন্ট কৰিব পৰা অত্যাধুনিক কাৰ্ড। আৰু ১০০ খন স্কেন সংলগ্ন কাৰ্ড জব্দ । ৰাজ্যৰ ভিন্ন জিলাৰ অনুজ্ঞা পত্ৰ বনাই দিম বুলি ধন লুটি আহিছিল ধৃত নিকুঞ্জ দাসে। ধৃত নিকুঞ্জৰ ঘৰ বৰপেটাত । বেহাৰবাৰীৰ এখন দোকানত ষ্টক কৰি ৰাখিছিল সামগ্ৰী সমুহ । নলবাৰী, কামৰূপ , নগাও, জিলাৰ জাল চহী ব্যবহৃত লগতে পাঞ্জাব , উৰিষ্যা, মুম্বাইৰ ডিটিওৰ ও চহী জাল কৰিছিল।
Conclusion:Asrar Ansari
Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.