ETV Bharat / state

চাকৰি দিয়াৰ নামত ধন আত্মসাৎ কৰি গ্ৰেপ্তাৰ অভিযুক্ত প্ৰৱঞ্চক - এজাহাৰ দাখিল কৰে ভুক্তভোগীয়ে

ৰে'ল বিভাগত চাকৰি দিয়াৰ চলেৰে বহু লক্ষাধিক টকা আত্মসাৎ কৰাৰ অভিযোগত উত্তম দে (39) নামৰ লোকজনক আজি সাতগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ ভাৰতীয় দণ্ডবিধি 120B/419/420/406 ধাৰাৰ অধীনত 354/19 নম্বৰত গোচৰ ৰুজু কৰি অব্যাহত তদন্ত ৷

গ্ৰেপ্তাৰ অভিযুক্ত প্ৰৱঞ্চক
গ্ৰেপ্তাৰ অভিযুক্ত প্ৰৱঞ্চক
author img

By

Published : Dec 29, 2019, 2:38 AM IST

গুৱাহাটী, 28 ডিচেম্বৰ: চাকৰি দিয়াৰ নামত ধন আত্মসাৎ কৰি গ্ৰেপ্তাৰ এজন অভিযুক্ত ৷ ৰে'ল বিভাগত চাকৰি দিয়াৰ চলেৰে বহু লক্ষাধিক টকা আত্মসাৎ কৰাৰ অভিযোগত, পাঞ্জাবাৰীৰ উত্তম দে (39) নামৰ লোকজনক আজি সাতগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ 2018 বৰ্ষৰ চেপ্তেম্বৰ মাহৰ পৰাই পশ্চিম বংগৰ বৰশিমলুৰ বাসিন্দা আব্দুল আজিজ নামৰ লোক এজনৰ পৰা, নিজকে সেই সময়ৰ ৰে'ল বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইৰ ধনিষ্ঠ বুলি ভুৱা পৰিচয়েৰে, প্ৰায় তিনি লাখ টকা ধন আত্মসাৎ কৰে ৷ এবছৰ উকলি যোৱা সত্বেও চাকৰি নোহোৱাত উপায়ন্তৰ হৈ ভুক্তভোগী লোকজনে সাতগাঁও আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে ৷

চাকৰি দিয়াৰ নামত ধন আত্মসাৎ কৰি গ্ৰেপ্তাৰ অভিযুক্ত

উল্লেখ্য যে, আব্দুল আজিজ নামৰ লোকজনে জানিবলৈ দিয়া মতে, তেওঁৰ গাঁৱৰে আন প্ৰায় 10 গৰাকীমান যুৱকৰ পৰাও উত্তম দে নামৰ লোকজনে সৰ্বমুঠ 41 লাখ টকা সংগ্ৰহ কৰিছিল ৷ ইতিমধ্যে সাতগাঁও আৰক্ষীয়ে, আটকাধীন লোকজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি 120B/419/420/406 ধাৰাৰ অধীনত 354/19 নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: বিধ্বংসী কাৰ বোমা বিস্ফোৰণত নিহত 76 জনকৈ লোক

Intro:নিবনুৱাক চাকৰি দিয়াৰ নামত ধন আত্মসাৎ কৰি গেপ্তাৰ হল এজন প্ৰবঞ্চক Body:

# নিবনুৱাক চাকৰি দিয়াৰ নামত ধন আত্মসাৎ কৰি গ্ৰেপ্তাৰ হল এজন প্ৰবঞ্চক ।

# সাতগাও আৰক্ষী ৰ জালত পৰিল প্ৰবঞ্ছকজন।

# ৰেল বিভাগত চাকৰি দিয়াৰ নামত নিবনুৱাৰ পৰা কেইবা লাখ টকা ধন আত্মসাত কৰা প্ৰবঞ্ছক গ্ৰেপ্তাৰ।

# প্ৰাক্তন কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰীৰ ৰাজেন গোহাঁই ৰ ঘনিষ্ঠ বুলি পৰিচয় দি ৰেল বিভাগত চাকৰি দিম বুলি নিবনুৱা ৰ বহু লাখ টকা ধন লৈ সাতগাও আৰক্ষীৰ জালত পৰিল প্ৰবঞ্ছক জন।

# গুৱাহাটীৰ পাঞ্জাবাৰীৰ পৰা সাতগাও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা প্ৰবঞ্ছক জন হৈছে উত্তম দে (39)

# উল্লেখ যে পাঞ্জাবাৰীৰ নৱজ্যোতি নগৰৰ বাসিন্দা উত্তম দে নামৰ প্ৰবঞ্ছক জনে যোৱা বর্ষৰ 2018 চনৰ ছেপ্টেম্বৰ মাহত পশ্চিম বংগৰ কোচবিহাৰৰ বৰশিমলুৰ বাসিন্দা আব্দুল আজিজ নামৰ লোক এজনৰ পৰা নিজকে সেই সময়ৰ ৰেল বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইৰ ঘনিষ্ঠ বুলি পৰিচয়ৰে প্ৰায় তিনি লাখ টকাৰ বিনিময়ত ৰেল বিভাগত চাকৰি দিম বুলি ধন আত্মসাত কৰে প্ৰবঞ্ছক জনে।

# কিন্ত এবছৰ উকলি যোৱাৰ এই পৰ্যন্ত ৰেল বিভাগ ত চাকৰি নিদিয়াত উপায় বিহীন হৈ ভুক্তভোগী লোক জনে এখন এজাহাৰ দাখিল কৰে সাতগাও আৰক্ষী থানা ত।

# ইপিনে ভুক্ত ভোগী আব্দুল আজিজে প্ৰকাশ কৰা মতে তেওঁৰই গাঁওৰ আৰু আন প্ৰায় 10 জন যুঁৱকক চাকৰি দিয়াৰ নামত সৰ্বমুঠ 41 লাখ টকা সংগ্ৰহ কৰি উত্তম দেক আদায় দিছিল ।আৰু তেতিয়াৰ পৰাই প্ৰবঞ্ছক উত্তম দেই চাকৰি  আজি দিম কালি দিম বুলি কৈ আন কেইজন নিবনুৱা যুৱক কেইজনকো প্ৰবঞ্চনা কৰি আছিল বুলি প্ৰকাশ কৰে।

# ইপিনে এজাহাৰৰ ভিত্তিত এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ 120B/419/420/406 ধাৰাৰ অধীনত থানত 354/19 নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।Conclusion:লিপিকা ডেকা,গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.