ETV Bharat / state

কৰ'ণা প্ৰতিৰোধৰ বাবে চৰকাৰক সহযোগিতা আগবঢ়াব প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে

কৰ'ণা মহামাৰী প্ৰতিহত কৰিবলৈ সামাজিক দুৰত্ব বজাই ৰাখি সকলোকে ঘৰতে থকাৰ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ইতিমধ্যে তিতাবৰ সমষ্টিবাসীৰ সুৰক্ষাৰ বাবে প্ৰদান কৰিছে 1 লাখ টকা ৷

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ
author img

By

Published : Mar 31, 2020, 12:40 PM IST

গুৱাহাটী, 31 মাৰ্চঃ কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ ক্ষেত্ৰত সকলোকে একগোট হোৱাৰ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷ এই মহামাৰীৰ প্ৰতিহত কৰিবলৈ আমি সামাজিক দুৰত্ব বজাই ৰখাটো খুবেই প্ৰয়োজন বুলি মন্তব্য কৰি সকলোকে ঘৰতে থাকিবলৈ আহ্বান জনাই প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ ইয়াৰোপৰি দিন হাজিৰা কৰা অতি দৰিদ্ৰ পৰিয়ালৰ লোকক চৰকাৰে সাহাৰ্য প্ৰদান কৰিব লাগে বুলিও মত প্ৰকাশ কৰে তৰুণ গগৈয়ে ৷ লগতে তেওঁৰ আহ্বান যে,বহিঃৰাজ্যত থকা অসমৰ লোকসকলক উভতাই অনাৰ ক্ষেত্ৰত কেন্দ্ৰ তথা ৰাজ্য চৰকাৰ যেন গুৰুত্ব প্ৰদান কৰে ৷

কৰ'ণা প্ৰতিৰোধৰ বাবে চৰকাৰক সহযোগিতা আগবঢ়াব প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে

উল্লেখ্য যে,ইতিমধ্যে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে তিতাবৰ সমষ্টিবাসীৰ সুৰক্ষাৰ বাবে প্ৰদান কৰিছে 1 লাখ টকা ৷

লগতে পঢ়কঃ নগাঁৱৰ এজন আৰক্ষীৰ মহানুভৱতাঃ কৰ’ণাৰ বাৱে আগবঢ়ালে 50 হাজাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.