ETV Bharat / state

ছয়গাঁৱত কলহী আৰু বাথা নৈৰ সংহাৰী ৰূপ - নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফোটোকাৰে বাঢ়ি আহে ছয়গাঁৱৰ কলহী আৰু বাথা নৈ

ফেনে ফোটোকাৰে বাঢ়ি আহিছে ছয়গাঁৱৰ কলহী আৰু বাথা নৈ ৷ ফলত পানীত বুৰ গৈছে অঞ্চলটোৰ বিস্তীৰ্ণ এলেকা ৷

ছয়গাঁওত কলহী আৰু বাথা নৈ বান
author img

By

Published : Oct 26, 2019, 4:49 PM IST

Updated : Oct 26, 2019, 5:09 PM IST

ছয়গাঁও,২৬ অক্টোবৰ : যোৱা দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফোটোকাৰে বাঢ়ি আহে ছয়গাঁৱৰ কলহী আৰু বাথা নৈ ৷ বিশেষকৈ অসমৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়ত প্ৰৱল বৃষ্টিপাত হোৱাৰ ফলতেই সৃষ্টি হয় এই প্ৰৱল বানপানীৰ ৷ কলহী আৰু বাথা নৈৰ এই বাঢ়নী পানীত অঞ্চলটোৰ কেইবাখনো গাঁৱৰ বহুতো পৰিয়ালৰ ঘৰবাৰী বুৰ যোৱাৰ লগতে কেইবাখনো বিদ্যালয়ৰ লগতে বহুতো অনুষ্ঠান প্ৰতিষ্ঠান পানীত বুৰ যায় ৷ আনহাতে অঞ্চলটোৰ ছয়গাঁও-দগাঁও কালাৰদিয়া গড়কাপ্তানি পথ,ছয়গাঁও-শিংখাট পথ,ছয়গাঁও-বৰাখাট-বিহদিয়া পথকে ধৰি কেইবাটাও পথৰ ওপৰৰে পানী বাগৰাৰ ফলত যাতায়তৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে ৷

আৰু পঢ়ক: দেৱালীত আতচবাজী নুফুটোৱাৰ সংকল্প মাজুলীৰ একাংশ ছাত্ৰ-ছাত্ৰীৰ

Intro:ফেনে ফোটোকাৰে বাঢ়ি আহিছে ছয়গাঁৱৰ কলহী আৰু বাথা নৈ ৷ ফলত পানীত বুৰ গৈছে অঞ্চলটোৰ বিস্তীৰ্ণ এলেকা ৷Body:ছয়গাঁও ২৬ অক্টোবৰ : যোৱা দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফোটোকাৰে বাঢ়ি আহে ছয়গাঁৱৰ কলহী আৰু বাথা নৈ ৷ বিশেষকৈ অসমৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়ত প্ৰৱল বৃষ্টিপাত হোৱাৰ ফলতেই সৃষ্টি হয় এই প্ৰৱল বানপানীৰ ৷ কলহী আৰু বাথা নৈৰ এই বাঢ়নী পানীত অঞ্চলটোৰ কেইবাখনো গাঁৱৰ বহুতো পৰিয়ালৰ ঘৰবাৰী বুৰ যোৱাৰ লগতে কেইবাখনো বিদ্যালয়ৰ লগতে বহুতো অনুষ্ঠান প্ৰতিষ্ঠান পানীত বুৰ যায় ৷ আনহাতে অঞ্চলটোৰ ছয়গাঁও -দগাঁও কালাৰদিয়া গড়কাপ্তানি পথ,ছয়গাঁও-শিংখাট পথ,ছয়গাঁও -বৰাখাট-বিহদিয়া পথকে ধৰি কেইবাটাও পথৰ ওপৰৰে পানী বাগৰাৰ ফলত যাতায়তৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে ৷Conclusion:
Last Updated : Oct 26, 2019, 5:09 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.