ETV Bharat / state

কৃত্ৰিম বানত হাহাকাৰময় পৰিস্থিতি নাৰেংগী-ছয়মাইল সংযোগী পথত

এজাক বৰষুণতে কৃত্ৰিম বান মহানগৰীত ৷ যান-জঁটৰ মাজত সদাব্যস্ত নাৰেংগী-ছয়মাইল সংযোগী পথ ৷

author img

By

Published : Jul 14, 2019, 10:36 AM IST

এজাক বৰষুণতে কৃত্ৰিম বান মহানগৰীত

গুৱাহাটী, 14 জুলাই : এজাক বৰষুণতে কৃত্ৰিম বানে হাহাকাৰৰ সৃষ্টি কৰিলে মহানগৰীৰ সদাব্যস্ত নাৰেংগী-ছয়মাইল সংযোগী পথত ৷ ফলত প্ৰতিদিনেই পথচাৰীয়ে ভুগিবলগীয়া হয় যন্ত্ৰণা ৷ পথটোৰ পৰা বৰষুণৰ পানী ওলায় যাব নোৱাৰাৰ বাবেই পথটোত সৃষ্টি হয় কৃত্ৰিম বানপানীৰ ৷ নাই উন্নত নলাৰ ব্যৱস্থা ৷ যাৰ বাবে এজাক বৰষুণতে পানী হয় পথচোৱাত আৰু ব্যাঘাত জন্মে যাত্ৰীৰ অহা-যোৱাত ৷ দেওবাৰেও পথচোৱাত সৃষ্টি হয় একেই পৰিৱেশৰ ৷

এজাক বৰষুনতে কৃত্ৰিম বানে হাহাকাৰ লগায় মহানগৰীৰ অতি ব্যস্ত নাৰেংগী ছয়মাইল সংযোগী পথত ৷ প্ৰতিদিনেই পথাচাৰীয়ে ভূগিব লগা হয় যন্ত্ৰনা ৷ পথটোৰ পৰা বৰষুনৰ পানী ওলায় যাব নোৱাৰাৰ বাবেই পথটোত সৃষ্টি হয় কৃত্ৰিম বানপানীৰ ৷ নাই উন্নত নলাৰ ব্যৱস্থা ৷ যাৰ বাবে  এজাক বৰষুনতে পানী হয় পথটোত ৷ ব্যাঘাত জন্মে যাত্ৰীৰ অহাযোৱাত ৷ যানবাহন চলাচলত ভীষণ অসুবিধাৰ সন্মুখীন হয় মহানগৰবাসী ৷ এনে অৱস্থাত পথটোত হোৱা কৃত্ৰিম বান কেনেদৰে নিয়ন্ত্ৰন কৰে সেয়া হব লক্ষনীয় ৷

Lipika deka...guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.