ETV Bharat / state

কৰ’ণাক জয় কৰিলে মাডাৰ বৃদ্ধাবাসৰ আইতাসকলে

অৱশেষত কৰ’ণাক জয় কৰিলে মাডাৰ বৃদ্ধাৱাসৰ পাঁচ গৰাকী আইতাই ৷ বৃদ্ধাৱাসত থকা 12 গৰাকী আইতা আক্ৰান্ত হৈছিল ক’ভিড-19ত ৷ বৰ্তমান সময়ত কৰ’ণাক হৰুৱাই পাঁচ গৰাকী আইতা সুস্থ হৈ বৃদ্ধাৱাসলৈ উভতি আহিছে ৷

author img

By

Published : Sep 17, 2020, 5:09 AM IST

mother old age home
mother old age home

গুৱাহাটী, 16 ছেপ্টেম্বৰ : কৰ’ণাক জয় কৰিলে আইতা সকলে ৷ অৱশেষত কৰ’ণাক জয় কৰিলে মাডাৰ বৃদ্ধাৱাসৰ পাঁচ গৰাকী আইতাই ৷ বিশেষকৈ ৯৫ বছৰীয়া এগৰাকী আইতাই কৰ’ণাক জয় কৰি পুনৰ ঘুৰি আহিল মাডাৰ বৃদ্ধাৱাসলৈ ৷ উল্লেখ্য যে বৃদ্ধাৱাসত থকা 12 গৰাকী আইতা আক্ৰান্ত হৈছিল ক’ভিড-19ত ৷ লগে লগে ক’ভিডত আক্ৰান্ত আৱাসী সকলক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয় আৰু ডিপিএচ স্থিত কোৱাৰেন্টাইন চেন্টাৰত ভৰ্তি কৰা হৈছিল ৷

mother old age home
কৰ’ণাক জয় কৰিলে মাডাৰ বৃদ্ধাবাসৰ আইতাসকলে

ইয়াৰ লগতে আৰু হোম কোৱাৰেন্টাইনতো ৰাখিছিল কেইবাগৰাকী আইতাক ৷ কিন্তু বৰ্তমান সময়ত কৰ’ণাক হৰুৱাই পাঁচ গৰাকী আইতা সুস্থ হৈ বৃদ্ধাৱাসলৈ উভতি আহিছে ৷ বাকী কেইগৰাকীও অতি শীঘ্ৰে সুস্থ হৈ উভতি আহিব বুলি মাডাৰ বৃদ্ধাৱাস কৰ্তৃপক্ষই জানিবলৈ দিছে ৷ এইসকল আইতাৰ স্বাস্থ্যৰ প্ৰতিটো খবৰ ৰাখিছিল জিলা প্ৰশাসনৰ লোকেও ৷

লগতে পঢ়ক : গুৱাহাটীত ক’ভিড আক্ৰান্তৰ চিতাৰ জুইয়ে ছানি ধৰিছে আকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.