গুৱাহাটী, ০৪ জুলাই :কামৰূপ জিলাৰ মহানগৰীস্থিত ইছলামপুৰ হাজি মোচফীৰখানাৰ পৰা বৃহস্পতিবাৰে হজযাত্ৰীৰ প্ৰথমটো দল মদিনালৈ ৰাওনা হ'ব । লোকপ্ৰিয় গোপীনাথ বৰদলৈ অন্তজাৰ্তিক বিমান বন্দৰৰ পৰা পোনে পোনে উত্তৰ পূৱৰ হাজিৰ প্ৰথম দলটো মদিনা বিমান বন্দৰলৈ যাব । এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন...
গুৱাহাটীৰ পৰা মদিনালৈ ৰাওনা হ'ব উত্তৰ পূৱৰ হাজিৰ প্ৰথমটো দল - লোকপ্ৰিয় গোপীনাথ বৰদলৈ অন্তজাৰ্তিক বিমান বন্দৰ
এইবেলি মক্কা আৰু মদিনালৈ পৱিত্ৰ হজৰ বাবে উত্তৰ পূৱৰ পৰা যাব সৰ্বমুঠ ৩৫৯৪ গৰাকী হজ যাত্ৰী । এই হজযাত্ৰী সকলৰ ৩৫১৫ গৰাকী অসমৰ, ৫৫ গৰাকী মেঘালয়ৰ, ২২ গৰাকী নাগালেণ্ডৰ আৰু ৪ গৰাকী অৰুণাচল প্ৰদেশৰ ।
মদিনালৈ ৰাওনা হ'ব উত্তৰ পূৱৰ হাজিৰ প্ৰথমটো দল
গুৱাহাটী, ০৪ জুলাই :কামৰূপ জিলাৰ মহানগৰীস্থিত ইছলামপুৰ হাজি মোচফীৰখানাৰ পৰা বৃহস্পতিবাৰে হজযাত্ৰীৰ প্ৰথমটো দল মদিনালৈ ৰাওনা হ'ব । লোকপ্ৰিয় গোপীনাথ বৰদলৈ অন্তজাৰ্তিক বিমান বন্দৰৰ পৰা পোনে পোনে উত্তৰ পূৱৰ হাজিৰ প্ৰথম দলটো মদিনা বিমান বন্দৰলৈ যাব । এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন...
Intro:
মহানগৰীস্থিত ইছলামপুৰ হাজি মোচফীৰখানাৰ পৰা হজযাত্ৰীৰ প্ৰথম দল মদিনালৈ ৰাওনা। লোকপ্ৰিয় গোপীনাথ বৰদলৈ অন্তজাৰ্তিক বিমান বন্দৰৰ পৰা পোনে পোনে উত্তৰ পূৰ্বৰ সাজি হাজিৰ প্ৰথম দলটো মদিনা বিমাব বন্দৰলৈ যাব। কাটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজতে হজযাত্ৰী সকলক লৈ যোৱা হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ অন্তজাৰ্তিক বিমান বন্দৰলৈ।
প্ৰতি বছৰৰ দৰে এই বছৰো ইছলাম ধৰ্মীয় নীতি অনুসৰি হজযাত্ৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। চলিত বৰ্ষৰ উত্তৰ পূৱৰ হজযাত্ৰীসকলে হজ যাত্ৰাৰ বাবে মঙ্গলবাৰে আহি উপস্থিত হয় মহানগৰীস্থিত ইছলামপুৰ হজি মোচফীৰখানাত।
Body: এইবেলি মক্কা আৰু মদিনালৈ পবিত্ৰ হজৰ বাবে উত্তৰ পূৱৰ পৰা যাব সৰ্বমুঠ ৩৫৯৪ গৰাকী হজ যাত্ৰী। এই হজযাত্ৰী সকলৰ ৩৫১৫ গৰাকী অসমৰ, ৫৫ গৰাকী মেঘালয়ৰ, ২২ গৰাকী নাগালেণ্ডৰ আৰু ৪ গৰাকী অৰুণাচল প্ৰদেশৰ। হজযাত্ৰী সকলৰ ভিতৰত পুৰুষ ২৪৩২ গৰাকী আৰু মহিলা ১১৬২ গৰাকী। এয়াৰ ইণ্ডিয়াৰ বিমানযোগে আজি উত্তৰ পূৱৰ হজযাত্ৰীৰ প্ৰথমটো দল গুৱাহাটীৰ গোপিনাথ বৰদলৈ বিমানবন্দৰৰ পৰা দিনৰ ২ বাজি ১৫ মিনিটত মদিনা অভিমুখে উৰা মাৰিব। ১৮ জুলাইত গুৱাহাটীৰ পৰা মদিনা অভিমুখে উৰা মাৰিব উত্তৰ পূৱৰ অন্তিম দলটো। এয়াৰ ইণ্ডিয়াৰ প্ৰতিখন বিমানত এইবেলি গুৱাহাটীৰ পৰা মদিনালৈ উৰা মাৰিব ১৫০ গৰাকী হজযাত্ৰী।
Conclusion:বিগত ২০১৮ বৰ্ষৰ পৰা উত্তৰ পূৱৰ হজযাত্ৰী কলকাতাৰ পৰাও হজলৈ যোৱাৰ সুব্যৱস্থা কৰা হৈছে। এইবেলি সৰ্বমুঠ ৩৫৯৪ গৰাকী হজযাত্ৰীৰ ২৯৫৮ গৰাকী গুৱাহাটীৰ পৰা ৰাওনা হোৱাৰ বিপৰীতে ৬৩৬ গৰাকীয়ে কলকাতাৰ পৰা পবিত্ৰ হজৰ বাবে ৰাওনা হব।
Byte
Asrar Ansari
গুৱাহাটী