ETV Bharat / state

ক্ৰীড়া প্ৰেমীলৈ সুখবৰ, গুৱাহাটীত অনুষ্ঠিত ১৭ অনুৰ্ধৰ মহিলা ফিফা বিশ্বকাপ

গুৱাহাটীৰ অনুষ্ঠিত হ'ব মহিলা ফিফা ১৭ অনুৰ্ধৰ বিশ্বকাপ ৷ আগন্তুক ২ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব মহিলা ফিফা ১৭ অনুৰ্ধৰ বিশ্বকাপ ৷ গুৱাহাটীৰ ইণ্ডিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব উদ্বোধনী মেচখন ৷

ফিফা বিশ্বকাপ
ক্ৰীড়া প্ৰেমীলৈ সুখবৰ, গুহাটীত অনুষ্ঠিত ১৭ অনুৰ্ধৰ মহিলা ফিফা বিশ্বকাপ
author img

By

Published : Feb 20, 2020, 5:03 AM IST

Updated : Feb 20, 2020, 7:42 AM IST

গুৱাহাটী,19 ফেব্ৰুৱাৰীঃ আগন্তুক ২ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব মহিলা ফিফা ১৭ অনুৰ্ধৰ বিশ্বকাপ । ২১ নৱেম্বৰলৈ চলিবলগীয়া এইবাৰৰ বিশ্বকাপত মুঠ ১৬ টাকৈ দলে অংশগ্ৰহণ কৰিব । এইবাৰৰ বিশ্বকাপৰ বাবে ভাৰতৰ পাঁচখনকৈ ষ্টেডিয়াম নিৰ্ধাৰণ কৰা হৈছে । গুৱাহাটী,আহমেদাবাদ, ভুৱনেশ্বৰ, কলকাতা আৰু মুম্বাইত হ'ব বিশ্বকাপৰ খেলসমূহ । উদ্বোধনী মেচখন গুৱাহাটীৰ ইণ্ডিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হোৱাৰ বিপৰীতে ফাইনেল খেলখন অনুষ্ঠিত হ'ব মুম্বাইত । জানিব পৰা অনুসৰি, গুৱাহাটীত ৬ খনকৈ খেল অনুষ্ঠিত হ'ব । ইয়াৰে ৫খন গ্ৰুপ A আৰু ১ খন গ্ৰুপ B ৰ খেল অনুষ্ঠিত হ'ব । উল্লেখযোগ্য যে, ভাৰতীয় মহিলা দলটো প্ৰথমবাৰৰ বাবে ফিফা বিশ্বকাপত অংশগ্ৰহণ কৰিব । দলটোৰ সুন্দৰ প্ৰদৰ্শনেৰে বিশ্বকাপত খিতাপ লাভ কৰিব বুলি এতিয়া আশাবাদী ক্ৰীড়াপ্ৰেমী ।

ফিফা বিশ্বকাপ
ক্ৰীড়া প্ৰেমীলৈ সুখবৰ, গুহাটীত অনুষ্ঠিত ১৭ অনুৰ্ধৰ মহিলা ফিফা বিশ্বকাপ

ইফালে গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া খেলৰ বাবে ইতিমধ্যেই যোজা আৰম্ভ কৰিছে অসম ফুটবল সন্থাই । মুঠৰ ওপৰত খেলো ইণ্ডিয়া,আই এছ এল আদিৰ দৰে বৃহৎ অনুষ্ঠান সফলতাৰে অনুষ্ঠিত কৰাৰ পিছত আন এক আন্তঃৰাষ্ট্ৰীয় খেল আয়োজনৰ বাবে সাজু হৈছে গুৱাহাটী ।

আৰু পঢ়কঃ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্য্যালয়ত মেধা পাটেকাৰৰ সংবাদমেল

Last Updated : Feb 20, 2020, 7:42 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.