গুৱাহাটী, 29 জুনঃ ৰাজ্যৰ পৰা শীঘ্ৰেই অতীত হৈ পৰিব ডিজেলচালিত লোকোমটিভ ৰেল ইঞ্জিন ৷ উত্তৰ-পূৱ সীমান্ত ৰেলৱে'ৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্য্যই জনাইছে এই কথা ৷ ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বিষয়াগৰাকীয়ে উল্লেখ কৰিলে কি কাৰণে ৰাজ্যৰ লগতে উত্তৰ-পূবৰ পৰা হেৰাই যাব ডিজেল লোকোমটিভ ৷ চাঁওক আমাৰ এই বিশেষ প্ৰতিবেদন ৷
অসমত অতীত হ'ব ডিজেল ট্ৰেইন ! - ৰেলপথ
ৰাজ্যৰ ৰেলপথত এতিয়া আৰু দেখিবলৈ পোৱা নাযাব ডিজেলচালিত লোকোমটিভ ৷ কিয়নো ইতিমধ্যেই উত্তৰ-পূব সীমান্ত ৰেলৱে অতি ক্ষীপ্ৰতাৰে ৰাজ্যত আৰম্ভ কৰিছে ৰেললাইন বৈদ্যুতিকীকৰণৰ কাম ৷
ৰাজ্যৰ পৰা অতীত হৈ পৰিব ডিজেলচালিত লোকোমটিভ ৰেল ইঞ্জিন
গুৱাহাটী, 29 জুনঃ ৰাজ্যৰ পৰা শীঘ্ৰেই অতীত হৈ পৰিব ডিজেলচালিত লোকোমটিভ ৰেল ইঞ্জিন ৷ উত্তৰ-পূৱ সীমান্ত ৰেলৱে'ৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্য্যই জনাইছে এই কথা ৷ ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বিষয়াগৰাকীয়ে উল্লেখ কৰিলে কি কাৰণে ৰাজ্যৰ লগতে উত্তৰ-পূবৰ পৰা হেৰাই যাব ডিজেল লোকোমটিভ ৷ চাঁওক আমাৰ এই বিশেষ প্ৰতিবেদন ৷
Intro:Gfx- 1) অতিশীঘ্ৰে দেশত চলিব বৈদ্যুতিক ৰেল।
2) উত্তৰ-পূৱ সীমান্ত ৰেলৱে ইতিমধ্যেই পূৰ্ণ গতিত আৰম্ভ কৰিছে ৰেল বৈদ্যুতিকৰণৰ কাম।
3) বৈদ্যুতিক ৰেল লাইন সম্পূৰ্ণ হোৱাৰ পিছতেই অতিত হৈ পৰিব ডিজেলচালিত ৰে'ল।
V/O1 - অচিৰেই অতিত হ'ব ডিজেলচালিত ৰে'ল। কিয়নো অন্যান্য ৰাজ্যৰ লগতে অসমটো চলিব বৈদ্যুতিক ৰেল। উত্তৰ-পূৱ সীমান্ত ৰেলৱে ইতিমধ্যেই পূৰ্ণ গতিত আৰম্ভ কৰিছে ৰেল বৈদ্যুতিকৰণৰ কাম। ৰঙিয়া, গুৱাহাটী, বৰপেটা, নিউ বঙাইগাৱত ক্ষীপ্ৰতাৰে চলি বৈদ্যুতিক ৰেল লাইনৰ কাম। ৰেল বিকাশ নিগম লিমিটেডৰ পৰিচালনাত চলি ৰেল বৈদ্যুতিকৰণৰ কাম। উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ অধীনস্থ বিহাৰৰ কাটিহাৰত ইতিমধ্যেই আৰম্ভ হৈছে বৈদ্যুতিক ৰেলৰ চলাচল। প্ৰথমে কাটিহাৰৰ পৰা নিউ জলপাইগুৰিলৈ চলিব বৈদ্যুতিক ৰেল।
End V/O- পৰ্যায়ক্ৰমে চলি আছে বৈদ্যুতিক ৰেল লাইনৰ কাম। ইফালে বাৰিষাৰ বাবে কামত কিছু বাধা হৈ পৰিছে উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ। অনাগত দুই-এটা বছৰৰ ভিতৰত উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ অধীনস্থ ডিভিজনসমূহ হৈ পৰিব সম্পূৰ্ণ বৈদ্যুতিক। উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই জনোৱা অনুসৰি গুৱাহাটীত খু্ব কম দিনৰ ভিতৰতে চলাচল কৰিব বৈদ্যুতিক ৰেল। মুঠৰ ওপৰত কিছুদিন পিছতে অতিত হৈ পৰিব ডিজেলচালিত ৰে'ল।Body:Hirul Haque Conclusion:Guwahati