ETV Bharat / state

গহপুৰৰ পৰা ইআইবিৰ দলে জব্দ কৰিলে অৰুণাচলত তৈয়াৰী সুৰা

গহপুৰত জব্দ অৰুণাচলত তৈয়াৰী 586 বটল সুৰা ৷ গহপুৰৰ পৰা ইআইবি (এক্সাইজ ইন্টেলিজেন্স ব্যুৰ') গুৱাহাটীয়ে সুৰাৰ বটলসমূহ জব্দ কৰে ৷ বিশ্বনাথ জিলাৰ গহপুৰৰ চন্দামাৰী গাঁৱত অভিযান চলাই ইআইবিয়ে সুৰাৰ বটলসমূহ জব্দ কৰে ৷

author img

By

Published : Feb 6, 2021, 11:03 PM IST

eib seized 586 arunachal made imfl bottles in gohpur

নিউজ ডেস্ক, 6 ফেব্ৰুৱাৰী: আবকাৰী বিভাগৰ অভিযানত গহপুৰৰ পৰা জব্দ হ'ল অৰুণাচলত তৈয়াৰী 586 বটল সুৰা ৷ বিশ্বনাথ জিলাৰ গহপুৰৰ চন্দামাৰী গাঁৱৰ দিলীপ হাজৰিকা নামৰ এজন লোকৰ ঘৰত অভিযান চলাই ইআইবি (এক্সাইজ ইন্টেলিজেন্স ব্যুৰ') গুৱাহাটীয়ে সুৰাৰ বটলসমূহ জব্দ কৰে ৷ শনিবাৰে এই অভিযান চলাই ইআইবিয়ে উক্ত সুৰাৰ বটল সমূহ জব্দ কৰে ৷

ইআইবিৰ বিষয়াই জানিবলৈ দিয়া মতে জব্দকৃত সুৰা সমূহ অৰুণাচল প্ৰদেশৰ লগতে অসমত বিক্ৰি কৰাৰ উদ্দেশ্যে ৰাখি থোৱা হৈছিল ৷ জানিব পৰা মতে অভিযুক্ত ব্যক্তিজনক অধিক তদন্তৰ বাবে গহপুৰস্থিত আবকাৰী বিভাগৰ পৰিদৰ্শকৰ হাতত গটাই দিয়া হৈছে ৷

লগতে পঢ়ক:নগাঁৱত আৰক্ষীৰ অভিযানত নিচাজাতীয় সামগ্ৰী জব্দ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.