ETV Bharat / state

ৰাজ্য চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতি বিৰোধী যুৱ শক্তি,অসম

author img

By

Published : Jul 2, 2019, 8:07 AM IST

ৰাজ্য চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতি বিৰোধী যুৱ শক্তি, অসম ৷ জনসাধাৰণৰ বাবে আৱন্টিত টেক্ট্ৰৰ গোপনে মুকলি বজাৰত বিক্ৰীৰ সন্দেহ সংগঠনটোৰ ৷

ৰাজ্য চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতি বিৰোধী যুৱ শক্তি,অসম

গুৱাহাটী,1 জুলাই: ৰাজ্যত এতিয়া চৌদিশে কেৱল দুৰ্নীতিৰ পোহাৰ ৷ এই দুৰ্নীতিত নিমজ্জিত হৈছে স্বয়ং মুখ্যমন্ত্ৰী,দুৰ্নীতি নিবাৰক কোষৰ বিষয়া আৰু একাংশ আৰক্ষী বিষয়া ৷ এই গুৰুতৰ অভিযোগ দুৰ্নীতি বিৰোধী যুৱ শক্তি,অসমৰ ৷ সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেলত বৰ্তমান ৰাজ্য চৰকাৰখনে বিভিন্ন বিভাগত দুৰ্নীতি সংঘটিত হৈ থকা মন্তব্য কৰে সংগঠনটোৰ একাংশ কৰ্মীয়ে ৷

মহানগৰীৰ গেম ভিলেজৰ কাষৰ এডোখৰ মাটিত বহুসংখ্যক ট্ৰেক্টৰ পেলাই থোৱা সম্পৰ্কত সংগঠনটোৱে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি আৰু তদাৰকী কোষৰ মহাপৰিদৰ্শক অনুৰাগ টাংখাক অৱগত কৰিছিল যদিও আজি পৰ্যন্ত কোনো ধৰণৰ ফল নধৰিল ৷ কেৱল মাত্ৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্তব্য কৰিয়েই দায়িত্ব সামৰে তেওঁ ৷ ইয়াৰ পাচতে বশিষ্ট আৰক্ষী থানাত এক গোচৰ তৰিছিল যদিও ঘটনাৰ দহটা দিন অতিক্ৰম কৰাৰ পাছতো গোচৰেই পঞ্জীয়ন নকৰিলে আৰক্ষীয়ে ৷ ইয়াৰ বিপৰীতে টেক্ট্ৰৰ ৰখা স্থানৰ পৰা আতৰাই লৈ গ'ল বহু পৰিমাণৰ টেক্ট্ৰৰ ৷ গতিকে জনসাধাৰণৰ বাবে আৱন্টিত এই সমূহ টেক্ট্ৰৰ গোপনে মুকলি বজাৰত বিক্ৰী কৰাৰ সন্দেহ প্ৰকাশ কৰিছে সংগঠনটোৱে সেয়ে অতি শীঘ্ৰে এই বিষয়ে তদন্ত হ'ব লাগে দাবী তুলে সংগঠনটোৱে ৷

ৰাজ্যত এতিয়া চৌদিশে কেৱল দূৰ্নীতিৰ পোহাৰ মেলিছে একাংশ চৰকাৰী বিভাগে ৷ এই দূৰ্নীতিত নিমজ্জিত হৈছে স্বয়ং মুখ্যমন্ত্ৰী দূৰ্নীতি নিবাৰক কোষৰ বিষয়া আৰু একাংশ আৰক্ষী বিষয়া ৷ এই গুৰুতৰ অভিযোগ দূৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ ৷ সোমবাৰে গুৱাহাটী প্ৰেছক্লাৱত এক সংবাদমেলত বৰ্তমান ৰাজ্য চৰকাৰখনে বিভিন্ন বিভাগত দূৰ্নীতি সংঘটিত কৰাৰ কথা পোহৰলৈ আনে ৷ সংবাদ মেলত কয় যে মহানগৰীৰ গেম ভিলেজৰ কাষৰ এডোখৰ মাটিত পেলাই থৈছিল বহুসংখ্যক ট্ৰেক্টৰ ৷ এই বিষয়ে সংগঠনটোৱে মুখ্যমন্ত্ৰী দূৰ্নীতি আৰু তদাৰকী কোষৰ মহাপৰিদৰ্শক অনুৰাগ টাংখাক অৱগত কৰিছিল যদিও কোনো ধৰনৰ ফল নধৰিল ৷ কেৱল মাত্ৰ ব্যৱস্থা লোৱা হব বুলি মন্তব্য কৰিয়েই দায়িত্ব সামৰিলে তেওঁ ৷ ইয়াৰ পিছতে বশিষ্ট আৰক্ষী থানাত এক গোচৰ তৰিছিল যদিও ঘটনাৰ দহটা দিন অতিক্ৰম কৰাৰ পাছতো গোচৰেই পঞ্জীয়ন নকৰিলে আৰক্ষীয়ে ৷ ইয়াৰ বিপৰীতে টেক্টৰ ৰখা স্থানৰ পৰা আতৰাই লৈ গল বহু পৰিমানৰ টেক্টৰ ৷ গতিকে জনসাধাৰণৰ বাবে আবন্টিত এই সমূহ টেক্টৰ গোপনে মুকলি বজাৰত বিক্ৰী কৰাৰ সন্দেহ প্ৰকাশ কৰিছে সংগঠনটোৱে সেয়ে অতি শীঘ্ৰে এই বিষয়ে তদন্ত হব লাগে দাবী তুলিলে সংগঠনটোৱে ৷

Lipika deka..Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.