ETV Bharat / state

মহানগৰীত সুৰাসক্ত আৰক্ষীক প্ৰহাৰ যুৱকৰ

আদাবাৰী তিনিআলীত যানবাহন আৰক্ষী আৰু যুৱকৰ খণ্ডযুদ্ধ

author img

By

Published : Mar 3, 2019, 11:31 PM IST

মহানগৰীত সুৰাসক্ত আৰক্ষীক প্ৰহাৰ যুৱকৰ

মহানগৰীৰ আদাবাৰী তিনিআলীত যানবাহন আৰক্ষী আৰু যুৱকৰ খণ্ডযুদ্ধ লগাত আৰক্ষীক প্ৰহাৰ কৰে এটা যুৱকৰ দলে । আৰক্ষীজন জালুকবাৰী যানবাহন আৰক্ষী থানাৰ কনিষ্টবল ৰতন তালুকদাৰ বুলি জানিব পৰা গৈছে ।

Slug: A_GHY_3MAR_801_TRAFFIC POLICE_HIRUL HAQUE

Breaking

নিশা মহানগৰীত যানবাহন আৰক্ষী আৰু যুৱকৰ খণ্ডযুদ্ধ।

সুৰাসক্ত আৰক্ষীক গতিয়ালে এটা যুৱকৰ দলে।

মহানগৰীৰ আদাবাৰী তিনিআলীত সংঘটিত হৈছিল এই ঘটনাটো। 

আৰক্ষীজন জালুকবাৰী যানবাহন আৰক্ষী থানাৰ কনিষ্টবল ৰতন তালুকদাৰ বুলি জানিব পৰা গৈছে।

ইতিমধ্যেই সুৰাসক্ত আৰক্ষী বিষয়াগৰাকীৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে।

Visual-FTP
(Hirul Haque/Guwahati) 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.