- মহানগৰীত অব্যাহত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়
- মহানগৰীৰ বিভিন্ন অঞ্চলত অপৰাধ অনুসন্ধান শাখাৰ তীব্ৰ অভিযান
- কামাখ্যা গেটত অপৰাধ অনুসন্ধান শাখা আৰু জালুকবাৰী আৰক্ষীৰ অভিযান
- অভিযানত আটক দুই ড্ৰাগছ ব্যৱসায়ী
- ধৃত ড্ৰাগছ ব্যৱসায়ী দুটাৰ নাম প্ৰাণজিৎ দাস আৰু মোবাৰক আলী
- মহানগৰীৰ কামাখ্যা গেট আৰু ফটাশিলৰ পৰা আটক কৰে দুয়োকে
- প্ৰাণজিৎ দাস পূৰ্বেও বহু কেইবাৰ ড্ৰাগছ বিক্ৰীৰ অপৰাধত জে'ললৈ গৈছিলমহানগৰীত অপৰাধ অনুসন্ধান শাখাৰ ব্যাপক অভিযান, আটক দুই
মহানগৰীত ড্ৰাগছৰ বিৰুদ্ধে চি আই ডিৰ অভিযান, আটক দুই - Kamakhya Gate
মহানগৰীৰ বিভিন্ন অঞ্চলত অপৰাধ অনুসন্ধান শাখাৰ তীব্ৰ অভিযান৷ কামাখ্যা গেটত অপৰাধ অনুসন্ধান শাখা আৰু জালুকবাৰী আৰক্ষীৰ অভিযান ৷ অভিযানত আটক দুই ড্ৰাগছ ব্যৱসায়ী ৷
![মহানগৰীত ড্ৰাগছৰ বিৰুদ্ধে চি আই ডিৰ অভিযান, আটক দুই](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3389704-464-3389704-1558878229151.jpg?imwidth=3840)
মহানগৰীত অপৰাধ অনুসন্ধান শাখাৰ ব্যাপক অভিযান, আটক দুই
- মহানগৰীত অব্যাহত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়
- মহানগৰীৰ বিভিন্ন অঞ্চলত অপৰাধ অনুসন্ধান শাখাৰ তীব্ৰ অভিযান
- কামাখ্যা গেটত অপৰাধ অনুসন্ধান শাখা আৰু জালুকবাৰী আৰক্ষীৰ অভিযান
- অভিযানত আটক দুই ড্ৰাগছ ব্যৱসায়ী
- ধৃত ড্ৰাগছ ব্যৱসায়ী দুটাৰ নাম প্ৰাণজিৎ দাস আৰু মোবাৰক আলী
- মহানগৰীৰ কামাখ্যা গেট আৰু ফটাশিলৰ পৰা আটক কৰে দুয়োকে
- প্ৰাণজিৎ দাস পূৰ্বেও বহু কেইবাৰ ড্ৰাগছ বিক্ৰীৰ অপৰাধত জে'ললৈ গৈছিলমহানগৰীত অপৰাধ অনুসন্ধান শাখাৰ ব্যাপক অভিযান, আটক দুই
Slug: as_ghy_26may_801_drugs peddler arrest_as10002
Visual-FTP
(Hirul Haque/Guwahati)
Phone no- 8876195899, 7002668932
(Hirul Haque/Guwahati)
Phone no- 8876195899, 7002668932