ETV Bharat / state

বৰ্ণিহাটত বেত আৰু বাঁহৰ উদ্যান মুকলি কৰিলে ড'নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙে

author img

By

Published : Sep 24, 2019, 9:09 PM IST

অসম-মেঘালয় সীমান্তৰ বৰ্ণিহাটত মঙলবাৰে ড'নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙে মুকলি কৰে চি বি টি চি(Cane and Bamboo Technology Park) প্ৰাংগণত বেত আৰু বাঁহৰ প্ৰযুক্তি উদ্যান ।

বৰ্ণিহাটত ড'নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙ

গুৱাহাটী, 24 ছেপ্টেম্বৰঃ ভাৰতৰ বাবে UNDPO(United Nations Industrial Devlopment Organization)ৰ দেশীয় কাৰ্যসূচীৰ অধীনত নেড্ফিৰ দ্বাৰা প্ৰণয়ন কৰা কাৰ্যসূচীত বেত আৰু বাঁহৰ প্ৰযুক্তিগত উন্নতিকৰণ আৰু নেটৱৰ্কিং প্ৰকল্পৰ সচিবালয় হিচাপে ২০০০ চনৰ আগষ্ট মাহত গুৱাহাটী বেত আৰু বাঁহ প্ৰযুক্তি কেন্দ্ৰ স্থাপন কৰা হৈছিল । ২০১৪ চনৰ মাৰ্চ মাহত এই প্ৰকল্প সমাপন হোৱাৰ পিছত ইয়াক উত্তৰ পূৱ পৰিষদ, ড'নাৰ মন্ত্ৰালয়, ভাৰত চৰকাৰৰ এক ছ'চাইটি হিচাপে পঞ্জীকৃত কৰা হৈছিল । উচ্চ উপাৰ্জন আৰু কৰ্ম সংস্থাপন বৃদ্ধিৰ বাবে কাৰিকৰ সকলক প্ৰশিক্ষণ আৰু উন্নত প্ৰযুক্তি প্ৰদান কৰাৰ উদ্দেশ্যেৰে আজি ভাৰত চৰকাৰ ড'নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙে এই উদ্যানখন মুকলি কৰে । অনুষ্ঠানত মন্ত্ৰী গৰাকীয়ে বেত আৰু বাঁহৰ শিল্পৰ লগত জড়িত শিল্পী সকলক বিভিন্ন সঁজুলিও প্ৰদান কৰে । কেন্দ্ৰটোৱে উত্তৰ পূৱৰ ৫৪০০ তকৈও অধিক কাৰিকৰ, শিক্ষাৰ্থী, কৃষক আৰু উদ্যোমী সকলৰ লগতে বিদেশতো বেত আৰু বাঁহৰ প্ৰযুক্তিৰ ক্ষেত্ৰত প্ৰশিক্ষণ প্ৰদান কৰিছে ।

Intro:অসম-মেঘালয় সীমান্তৰ বৰ্ণিহাটত আজি ড'নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙে মুকলি কৰে চি বি টি চি প্ৰাংগণত বেত আৰু বাঁহৰ প্ৰযুক্তি উদ্যান।

Body:ভাৰতৰ বাবে ইউ এন আই ডি অ দেশীয় কাৰ্যসূচীৰ অধীনত নেডফিৰ দ্বাৰা প্ৰণয়ন কৰা কাৰ্যসূচী বেত আৰু বাঁহ প্ৰযুক্তিগত উন্নতিকৰণ আৰু নেটৱৰ্কিং প্ৰকল্প'ৰ সচিবালয় হিচাপে ২০০০ চনৰ আগষ্ট মাহত গুৱাহাটী বেত আৰু বাঁহ প্ৰযুক্তি কেন্দ্ৰ স্থাপন কৰা হৈছিল। ২০১৪ চনৰ মাৰ্চ মাহত এই প্ৰকল্প সমাপন হোৱাৰ পিছত ইয়াক উত্তৰ পূৱ পৰিষদ, ড'নাৰ মন্ত্ৰালয়, ভাৰত চৰকাৰৰ এক ছচাইটি হিচাপে পঞ্জীকৃত কৰা হৈছিল। এই প্ৰকল্পটোক উচ্চ উপাৰ্জন আৰু কৰ্ম সংস্থাপন বৃদ্ধিৰ বাবে কাৰিকৰ সকলক প্ৰশিক্ষণ প্ৰদান কৰা প্ৰযুক্তি প্ৰদান কৰাৰ উদ্দেশ্যেৰে আজি এক নতুন ৰূপত ভাৰত চৰকাৰ ড'নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙে মুকলি কৰে।

বাইট : জিতেন্দ্ৰ সিং

Conclusion:অনুষ্ঠানত মন্ত্ৰী গৰাকীয়ে বেত আৰু বাঁহৰ শিল্পৰ লগত জড়িত শিল্পী সকলক বিভিন্ন সঁজুলি প্ৰদান কৰে। কেন্দ্ৰটোৱে উত্তৰ পূৱৰ ৫৪০০ তকৈও অধিক কাৰিকৰ, শিক্ষাৰ্থী, কৃষক আৰু উদ্যোমী সকলৰ লগতে বিদেশতো বেত আৰু বাঁহৰ প্ৰযুক্তিৰ ক্ষেত্ৰত প্ৰশিক্ষণ প্ৰদান কৰিছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.