ETV Bharat / state

মহানগৰীত স্বচ্ছতা অভিযানৰ ফোপোলা স্বৰূপ

author img

By

Published : Sep 13, 2019, 7:17 PM IST

আৰক্ষী চকীৰ সমীপতে বৃহৎ আকাৰৰ জাৱৰৰ দ'ম ৷ কিয় গুৱাহাটী পৌৰ নিগম অথবা পৌৰ নিগমে গঠন কৰা ফ্লায়িং স্কোৱাডৰ চকুতে নপৰে এই দৃশ্য?

মহানগৰীত স্বচ্ছতা অভিযানৰ ফোপোলা স্বৰূপ

গুৱাহাটী,13 ছেপ্তেম্বৰ: গুৱাহাটী মহানগৰীক স্বচ্ছ কৰাৰ বাবে গুৱাহাটী পৌৰ নিগমে কেইবাটাও নতুন নতুন পদক্ষেপ হাতত লোৱাৰ সময়তে গুৱাহাটী মহানগৰীত প্ৰতিফলিত হৈছে স্বচ্ছ ভাৰত অভিযানৰ ফোঁপোলা স্বৰূপ ৷ প্ৰকৃততে কিমান স্বচ্ছ হৈছে গুৱাহাটী মহানগৰী? সেয়া সঁচা অৰ্থত এই প্ৰশ্নৰ উত্তৰ প্ৰতিফলিত কৰিছে মহানগৰীৰ জালুকবাৰী আৰক্ষী চকীৰ সমীপৰ বৃহৎ আকাৰৰ জাৱৰ দ'ম আৰু কদৰ্যময় পৰিৱেশৰ পৰা নিৰ্গত হোৱা অসহ্যকৰ দুৰ্গন্ধই ৷ থানাখনৰ সমীপতে থকা এটি পথ এতিয়া পৰ্যবেসিত হৈছে ভঙা সা-সামগ্ৰী পেলোৱা ডাষ্টবিনলৈ ৷

মহানগৰীত স্বচ্ছতা অভিযানৰ ফোপোলা স্বৰূপ

উল্লেখ্য যে সভাই সমিতিয়ে প্ৰতিটো মুহূৰ্ততে স্বচ্ছতাক লৈ পৌৰ নিগম সষ্টম হৈ থকা বুলিও বিভাগীয় কৰ্তৃপক্ষই ঘোষণা কৰি আহিছে যদিও কিন্তু মহানগৰীৰ ভিন্ন স্থানৰ পথৰ দাঁতিতে সৃষ্টি হৈছে বৃহৎ বৃহৎ জাৱৰ দ'ম ৷ সেই দ'মৰ পৰা নিৰ্গত হোৱা দুৰ্গন্ধই প্ৰতিমুহুৰ্ততে জ্বলা-কলা খুৱাইছে সাধাৰণ জনতাক ৷ এতিয়া প্ৰশ্ন হয় স্মাৰ্ট গুৱাহাটী আৰু স্বচ্ছ ভাৰত অভিযানৰ কথা কোৱা চৰকাৰৰ তথা সংশ্লিষ্ট বিভাগৰ চকুত পৰিবনে এই দৃশ্য? কিয় গুৱাহাটী পৌৰ নিগম অথবা পৌৰ নিগমে গঠন কৰা ফ্লায়িং স্কোৱাডৰ চকুতে নপৰে এই দৃশ্য ?

Intro:স্বচ্ছ ভাৰত অভিযানৰ ফোঁপোলা স্বৰূপ। কদৰ্যময় গুৱাহাটী, অসাৰ পৌৰ নিগমৰ নতুন নতুন পদক্ষেপ। জালুকবাৰী আৰক্ষী থানা এতিয়া জাৱৰৰ দমলৈ পৰ্যৱসিত। গুৱাহাটী মহানগৰীক স্বচ্ছ কৰাৰ বাবে গুৱাহাটী পৌৰ নিগমে হাতত লৈছে কেইবাটাও নতুন নতুন পদক্ষেপ। প্ৰতিটো মুহূৰ্ততে পৌৰ নিগম সষ্টম হৈ থকা বুলিও বিভাগীয় কৰ্তৃপক্ষই ঘোষণা কৰিছিল। কিন্তু প্ৰকৃততে কিমান স্বচ্ছ হৈছে গুৱাহাটী মহানগৰী। আনটো বাদেই আৰক্ষীৰ থানা চৌহদে এতিয়া পৰ্যবসিত হৈছে জাৱৰৰ দমলৈ। জালুকবাৰী আৰক্ষী থানাৰ বাহিৰৰ দৃশ্য এয়া। কদৰ্যময় পৰিৱেশ, যাৰ বাবে ক্ষোভিত সাধাৰণ জনতা। সদাব্যস্ত মালিগাঁও চাৰিআলিৰ এইটো পথও কদৰ্যময়। গুৱাহাটী পৌৰ নিগম অথবা পৌৰ নিগমে গঠণ কৰা ফ্লায়িং স্কোৱাডৰ চকুতে নপৰে এই দৃশ্য। কেৱল ঘোষণা কৰিয়ে যেন দায়িত্ব সামৰিছে বিভাগীয় কৰ্তৃপক্ষই। ইফালে এই পথচোৱা ভঙা সা সামগ্ৰীৰ ডাষ্টবিনৰ ৰূপটো পৰিণত হৈছে। উল্লেখযোগ্য যে স্মাৰ্ট গুৱাহাটী আৰু স্বচ্ছ ভাৰত অভিযানৰ কথা কোৱা চৰকাৰৰ এই দৃশ্য চকুত পৰিবনে? নে কথাৰ ফুলজাৰি মাৰিয়ে দিন পাৰ কৰিব বিভাগীয় কৰ্তৃপক্ষই।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.