গুৱাহাটী, 23 জুন : শনিবাৰৰ পৰা কামাখ্যা দেৱালয়ত আৰম্ভ হৈছে অম্বুবাচী মেলা ৷ অম্বুবাচী মেলা উপলক্ষে কামাখ্যা দেৱালয়ত ভিৰ কৰিছে দেশ-বিদেশৰ লক্ষাধিক ভক্তগণে ৷ জনপ্ৰবাহ মতে, মা কামাখ্যা দেৱালয়ৰ দুৱাৰ বন্ধৰ দিনৰে পৰা বন্ধ থাকে সকলো দেৱীৰ মন্দিৰৰ দুৱাৰ ৷ যদিও ভক্তসকলৰ বাবে খোলা আছে উমানন্দ মন্দিৰৰ দুৱাৰ । যাৰ বাবে এতিয়া উমানন্দ মন্দিৰ দৰ্শনৰ বাবে মন্দিৰত ভিৰ কৰিছেহি দেশ-বিদেশৰ ভক্তসকলে ৷
উমানন্দ মন্দিৰ দৰ্শন কৰিবলৈ দেশী-বিদেশীৰ ভক্তৰ ভিৰ - অম্বুবাচী
কামাখ্যা দেৱালয়ত আৰম্ভ হৈছে অম্বুবাচী মেলা ৷ কামাখ্যা মন্দিৰ দৰ্শনৰ পাচতে উমানন্দ দৰ্শন কৰিলে দৰ্শন পূৰণ হোৱাৰ প্ৰবাদ থকাৰ বাবেই প্ৰতিবছৰে কামাখ্যাৰ সমান্তৰালকৈ উমানন্দ দেৱালয়লৈয়ো আহে ভক্তসকল ।
উমানন্দ মন্দিৰলৈ অম্বুবাচীলৈ অহা দৰ্শনাৰ্থী
গুৱাহাটী, 23 জুন : শনিবাৰৰ পৰা কামাখ্যা দেৱালয়ত আৰম্ভ হৈছে অম্বুবাচী মেলা ৷ অম্বুবাচী মেলা উপলক্ষে কামাখ্যা দেৱালয়ত ভিৰ কৰিছে দেশ-বিদেশৰ লক্ষাধিক ভক্তগণে ৷ জনপ্ৰবাহ মতে, মা কামাখ্যা দেৱালয়ৰ দুৱাৰ বন্ধৰ দিনৰে পৰা বন্ধ থাকে সকলো দেৱীৰ মন্দিৰৰ দুৱাৰ ৷ যদিও ভক্তসকলৰ বাবে খোলা আছে উমানন্দ মন্দিৰৰ দুৱাৰ । যাৰ বাবে এতিয়া উমানন্দ মন্দিৰ দৰ্শনৰ বাবে মন্দিৰত ভিৰ কৰিছেহি দেশ-বিদেশৰ ভক্তসকলে ৷
Intro:কালিৰে পৰা বন্ধ হল দর্শনাৰ্থী সকলৰ বাবে কামাখ্যাৰ মূল দুৱাৰ।অম্বুবাচী মেলা লগতে কামাখ্যা দৰ্শনৰ বাবে ভিৰ কৰিছে এতিয়া কামাখ্যা মন্দিৰত ভক্তগণে। মহানগৰীৰ বিভিন্ন স্থানত সেইবাবে চুবুৰীয়া ৰাজ্যৰ পৰা অহা ভক্ত সকলে কামাখ্যাৰ লগতে মহানগৰীৰ স্থিত বিভিন্ন মঠ মন্দিৰ দৰ্শনৰ বাবে যাত্ৰা কৰিছে।
Body:কিন্তু জনপ্ৰবাহ মতে কামাখ্যাৰ দুৱাৰবন্ধৰ দিনৰে পৰা সকলো দেৱীৰ মন্দিৰৰ দুৱাৰ বন্ধ থাকে ভক্ত সকলৰ বাবে আৰু সেইবাবে গুৱাহাটীৰ প্ৰায় সকলো বোৰ মঠ মন্দিৰৰ দুৱাৰ বন্ধ আছে ভক্ত সকলৰ বাবে । কিন্তু এইক্ষেত্ৰত ব্যতিক্ৰম উমানন্দ। উমানন্দলৈ মন্দিৰ দর্শনৰ বাবে ভক্ত সকলৰ বাবে খোলা আছে মন্দিৰৰ দুৱাৰ। কামাখ্যা দৰ্শনৰ পিছতে সকলো ভক্ত গণ আহিছে উমানন্দলৈ ।ভয়াছল পাহাৰ স্থিত উমানন্দ দেৱালয়ত পুৱাৰ পৰা ভক্তৰ এতিয়া লানি নিছিগা ভিৰ।
Bite:-ভক্ত সকল।
কেৱল কামাখ্যা মন্দিৰ নহয় এতিয়া উমানন্দও ভক্ত সকলৰ দৰ্শনৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। পুৰোহিতে অম্বুবাচীত মহানগৰীৰ সকলো মন্দিৰৰ দুৱাৰ বন্ধ থকাৰ আঁৰৰ প্ৰচলিত নিয়ম ৰ কথা অৱগত কৰে ই টি ভিৰ সন্মুখত।
Bite :-পুৰোহিত।
কামাখ্যা মন্দিৰ দৰ্শনৰ পিছতে উমানন্দ দৰ্শন কৰিলে দৰ্শন পূৰণ হোৱাৰ জনপ্ৰবাহ থকাৰ বাবে প্ৰতি বছৰে কামাখ্যাৰ সমান্তৰালকৈ উমানন্দ দেৱালয়লৈয়ো আহে ভক্ত সকল। ৱেষ্ট বেংগল ,বিহাৰ লগতে ৰাজ্যৰ বিভিনপ্ৰান্তৰ পৰা নিজৰ লগতে পৰিয়ালৰ মনোকামনা পূৰণৰ অৰ্থে এতিয়া ভিৰ কৰিছে এনেদৰে ভক্ত সকলে । উমানন্দ দেৱালয়ৰ পৰিচালনা সমিতিৰ সভাপতি গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি প্ৰতি বছৰে ভক্তৰ সমাগম ঘটে উমানন্দ লৈ। পানী নাবাঢ়িলে 5 পৰা 7 হাজাৰলৈ ভক্তৰ আগমন ঘটিব প্ৰত্যেক দিনে উমানন্দলৈ।লগতে এই ভক্ত সকলৰ সুৰক্ষাৰ বাবেও প্ৰশাসনিক ব্যৱস্থা কৰাৰ কথা জানিবলৈ দিলে সভাপতি গৰাকীয়ে।
Bite:- সভাপতি
Conclusion: