ETV Bharat / state

দুদিনীয়া কাৰ্যসূচীৰে পাণ্ডুত দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জন

ষষ্ঠীত বেদীত প্ৰতিষ্ঠা কৰা মা দুৰ্গাৰ প্ৰতিমাক ৰীতি-নীতিৰ মাজেৰে আজি বিসৰ্জন দিয়া হ'ব ৷ তাৰেই পৰিপ্ৰেক্ষিতত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মহানগৰী গুৱাহাটীৰ পাণ্ডুতো দুদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা অনুষ্ঠিত হৈছে মা দুৰ্গাৰ প্ৰতিমা বিসৰ্জন দিয়া কাৰ্যসূচী ৷

Dedication of the statue of Goddess Durga at Pandu
দুদিনীয়া কাৰ্যসূচীৰে পাণ্ডুত দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জন
author img

By

Published : Oct 26, 2020, 2:06 PM IST

গুৱাহাটী, 26অক্টোবৰঃ ৰাজ্যজুৰি আজি পালন কৰা হৈছে বিজয়া দশমী ৷ ষষ্ঠীত বেদীত প্ৰতিষ্ঠা কৰা মা দুৰ্গাৰ প্ৰতিমাক ৰীতি-নীতিৰ মাজেৰে আজি বিসৰ্জন দিয়া হ'ব ৷ তাৰেই পৰিপ্ৰেক্ষিতত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মহানগৰী গুৱাহাটীৰ পাণ্ডুতো দুদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা অনুষ্ঠিত হৈছে মা দুৰ্গাৰ প্ৰতিমা বিসৰ্জন দিয়া কাৰ্যসূচী ৷ চৰকাৰী নিৰ্দেশনা অনুসৰি পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে অনুষ্ঠিত হ'ব প্ৰতিমা বিসৰ্জন প্ৰক্ৰিয়া ৷

দুদিনীয়া কাৰ্যসূচীৰে পাণ্ডুত দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জন

আনহাতে,ইটিভি ভাৰতৰ সাংবাদিকৰ জৰিয়তে ক'ভিড প্ৰ'টকল মানি চলি দিনৰ পোহৰতে প্ৰতিমা বিসৰ্জন দিবলৈ পূজা কমিটী সমূহক আহ্বান জনায় পাণ্ডুৰ বিসৰ্জন কমিটীয়ে ৷

লগতে পঢ়কঃমালদ্বীপৰ পৰা উৰণ আৰম্ভ কৰা ছী-প্লেনৰ কোচিত অৱতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.