- মহানগৰীৰ উলুবাৰীত চাঞ্চল্যকৰ ঘটনা
- মঙলবাৰে পদপথত উদ্ধাৰ মৃতদেহ
- উলুবাৰীৰ বাণীকান্ত কাকতি পথ কছাৰীবস্তিস্থিত ইণ্ডিয়ান অইল কৰ্পৰেচন লিমিটেড ( অসম অইল ডেভিজন ) অফিচৰ সন্মুখত উদ্ধাৰ মৃতদেহটো
- পুৱাই স্থানীয় লোকে প্ৰত্যক্ষ কৰি খবৰ দিয়ে পল্টন বজাৰ আৰক্ষীক
- মৃত লোকজন বিহাৰৰ সমস্তিপুৰৰ হাৰুন খান (50) বুলি চিনাক্ত
- পূৱ শৰণীয়া গান্ধী বস্তিৰ ভাড়াঘৰত আছিল লোকজন
- দীৰ্ঘদিন ধৰি ৰাজমিস্ত্ৰীৰ কাম কৰি আছিল হাৰুন খান
- অত্যাধিক সুৰাপান কৰাৰ ফলতেই মৃতু হোৱা বুলি সন্দেহ আৰক্ষীৰ
- ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ মৃতদেহটো
- ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ পল্টন বজাৰ আৰক্ষীৰ
মহানগৰীৰ পদপথত মৃতদেহ ! - পদ পথ
মহানগৰীৰ মাজমজিয়াত চাঞ্চল্যকৰ ঘটনা, পদপথত উদ্ধাৰ এটা মৃতদেহ ৷
deadbody recoverd at Guwahati
- মহানগৰীৰ উলুবাৰীত চাঞ্চল্যকৰ ঘটনা
- মঙলবাৰে পদপথত উদ্ধাৰ মৃতদেহ
- উলুবাৰীৰ বাণীকান্ত কাকতি পথ কছাৰীবস্তিস্থিত ইণ্ডিয়ান অইল কৰ্পৰেচন লিমিটেড ( অসম অইল ডেভিজন ) অফিচৰ সন্মুখত উদ্ধাৰ মৃতদেহটো
- পুৱাই স্থানীয় লোকে প্ৰত্যক্ষ কৰি খবৰ দিয়ে পল্টন বজাৰ আৰক্ষীক
- মৃত লোকজন বিহাৰৰ সমস্তিপুৰৰ হাৰুন খান (50) বুলি চিনাক্ত
- পূৱ শৰণীয়া গান্ধী বস্তিৰ ভাড়াঘৰত আছিল লোকজন
- দীৰ্ঘদিন ধৰি ৰাজমিস্ত্ৰীৰ কাম কৰি আছিল হাৰুন খান
- অত্যাধিক সুৰাপান কৰাৰ ফলতেই মৃতু হোৱা বুলি সন্দেহ আৰক্ষীৰ
- ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ মৃতদেহটো
- ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ পল্টন বজাৰ আৰক্ষীৰ
Intro:পুৱাই মহানগৰীৰ মাজমজিয়াত চাঞ্চল্যকৰ ঘটনা : পদ পথত উদ্ধাৰ মৃতদেহ
Body:পুৱাই মহানগৰীৰ উলুবাৰীত সৃষ্টি হয় এক চাঞ্চল্যকৰ ঘটনা। উলুবাৰীৰ বাণীকান্ত কাকতি পথ কছাৰীবস্তিস্থিত ইণ্ডিয়ান অইল কৰ্পোৰেঢন লিমিটেডৰ ( অসম অইল ডেভিজন) অফিচৰ পঞ্জিত লাউঞ্জ সন্মুখত থকা পদপথত মঙ্গলবাৰে পুৱা উদ্ধাৰ হয় এজন লোকৰ মৃতদেহ। মৃতদেহটো পদপথত এনেদৰে পৰি থকাত স্থানীয় লোকে প্রত্যক্ষ কৰি পল্টন বজাৰ আৰক্ষীক খবৰ দিয়ে। পাছত ঘটনাৰ খবৰ পাই পল্টন বজাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃত লোকজনক হাৰুন খান (50 বিহাৰ সমস্তিপুৰ) বুলি চিনাক্ত কৰে। মৃত লোকজনে পূব শৰণীয়া গান্ধী বস্তিত এটা ভাড়াঘৰত থাকি বহু বছৰৰ পৰা ৰাজমিস্ত্ৰীৰ কাম কৰি আহিছিল। অত্যাধিক সুৰা পান কৰাৰ ফলতেই লোকজনৰ মৃতু হোৱা বুলি আৰক্ষীয়ে আৰক্ষীয়ে সন্দেহ ব্যক্ত কৰিছে। বৰ্তমান পল্টন বজাৰ আৰক্ষীয়ে মৃতদেহটো নিজৰ জিম্মাত লৈ পোষ্টমৰ্টনৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰন কৰে আৰু ঘটনা সম্পৰ্কে ইতিমধ্যে এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।
Conclusion:Asrar Ansari
গুৱাহাটী