ETV Bharat / state

সুখবৰ: বৃদ্ধি পালে শিক্ষকৰ মৰগীয়া বানচ

পহিলা ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ সৰ্বশিক্ষা অভিযানৰ অধীনৰ ঠিকাভিত্তিক শিক্ষক আৰু অন্যান্য কৰ্মচাৰীসকলে বৰ্ধিত হাৰত লাভ কৰিব মৰগীয়া বানচ(Dearness allowance for contractual teacher)

author img

By

Published : Sep 1, 2022, 7:23 PM IST

Good news for contractual teacher
সুখবৰ: বৃদ্ধি পালে শিক্ষকৰ মৰগীয়া বানচ

গুৱাহাটী,১ ছেপ্তেম্বৰঃ ঠিকাভিত্তিক শিক্ষকসকলৰ বাবে ভাল খবৰ(Good news for contractual teacher) । পহিলা ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ১০ শতাংশ বৃদ্ধি পাব শিক্ষকসকলৰ মৰগীয়া বানচ (Dearness allowance) ৷ সৰ্বশিক্ষা অভিযানৰ অধীনৰ ঠিকাভিত্তিক শিক্ষক আৰু অন্যান্য কৰ্মচাৰীসকলে লাভ কৰিব এই মৰগীয়া বানচ অৰ্থাৎ ডি এ ।

Good news for contractual teacher
সুখবৰ: বৃদ্ধি পালে শিক্ষকৰ মৰগীয়া বানচ

পহিলা ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হব এই মৰগীয়া বানচ । আনহাতে আগন্তুক বছৰৰ ১ এপ্ৰিলৰ পৰা ৭ শতাংশকৈ মৰগীয়া বানচ বৃদ্ধি পাব সৰ্বশিক্ষা অভিযানৰ অধীনৰ ঠিকাভিত্তিক শিক্ষক আৰু অন্যান্য কৰ্মচাৰীসকলৰ । আজি এক টুইটযোগে এই ঘোষণা কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে(Education minister Ranoj Pegu)। এই সন্দৰ্ভত ইতিমধ্যে জাৰি কৰা হৈছে জাননী ।

লগতে পঢ়ক: Protest in Hojai : হোজাইত অনা-শিক্ষক কৰ্মচাৰীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.