ETV Bharat / state

অসমৰ বজাৰত নতুন চাইকেল

author img

By

Published : Jun 2, 2019, 7:52 PM IST

দেওবাৰে মহানগৰীৰ ভঙাঘৰ ৰুদ্ৰাক্ষ মলত দুখনকৈ অত্যাধুনিক চাইকেল মুকলি কৰা হয় । বায়ু প্ৰদূষণ ৰোধ আৰু যানজঁট সমস্যাৰ বাবে অতিকৈ লাভদায়ক হ'ব এই চাইকেল দুখন । প্ৰথমবাৰলৈ মহানগৰীৰ লগতে উত্তৰ-পূব উপলব্ধ হ'ব এই বেটাৰিচালিত চাইকেল

উত্তৰ-পূবত বেটাৰিচালিত চাইকেল

গুৱাহাটী, 2 জুন: সমগ্ৰ বিশ্বজুৰি 3 জুনত পালন কৰা হয় "বিশ্ব চাইকেল দিৱস "। এই দিৱসৰ লগত সংগতি ৰাখি দেওবাৰে মহানগৰীৰ ভঙাঘৰ ৰুদ্ৰাক্ষ মলত দুখনকৈ অত্যাধুনিক চাইকেল মুকলি কৰা হয় । বায়ু প্ৰদূষণ ৰোধ আৰু যানজঁট সমস্যাৰ বাবে অতিকৈ লাভদায়ক হ'ব এই চাইকেল দুখন । প্ৰথমবাৰলৈ মহানগৰীৰ লগতে উত্তৰ-পূব উপলব্ধ হ'ব এই বেটাৰিচালিত চাইকেল । 'গো জিৰো ৱান' আৰু 'গো জিৰো মাইল' নামৰ এই অত্যাধুনিক চাইকেল দুখন আনুষ্ঠানিকভাৱে মুকলি কৰে মিষ্টাৰ ইউনিভাৰ্চ মহাদেৱ ডেকাই । বৰ্তমান সময়ত চাইকেলখন সকলোৰে বাবে লাভদায়ক হ'ব বুলি উল্লেখ কৰে মহাদেৱ ডেকাই ।

উত্তৰ-পূবত বেটাৰিচালিত চাইকেল

উল্লেখযোগ্য যে এই অত্যাধুনিক চাইকেলখনৰ বেটাৰী এবাৰ চাৰ্জ দিলেই ৬০ কিঃমিঃ চলাব পাৰি । 'গো জিৰো ৱান'ৰ বজাৰ মূল্য হৈছে ৩২,৯৯৯ টকা আৰু 'গো জিৰো মাইল'ৰ মূল্য হৈছে ২৯,৯৯৯ টকা ।

Intro:কাইলৈ বিশ্ব চাইকেল দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি দেওবাৰে মহানগৰীৰ ভঙাঘৰ ৰুদ্ৰাক্স মলত দুখনকৈ অত্যাধুনিক চাইকেল মুকলি কৰা হয়। বায়ু প্ৰদূষণ ৰোধ আৰু যানজঁট সমস্যাৰ বাবে অতিকৈ লাভদায়ক হ'ব এই চাইকেল দুখন। প্ৰথমবাৰলৈ মহানগৰীৰ লগতে উত্তৰ-পূব উপলব্ধ হ'ব এই বেটাৰিচালিত চাইকেল। 'গো জিৰো ৱান' আৰু 'গো জিৰো মাইল' নামৰ এই অত্যাধুনিক চাইকেল দুখন আনুষ্ঠানিকভাৱে মুকলি কৰে মিষ্টাৰ ইউনিভাৰ্চ মহাদেৱ ডেকাই। বৰ্তমান সময়ত চাইকেলখন সকলোৰে বাবে লাভদায়িক হ'ব বুলি উল্লেখ কৰে মহাদেৱ ডেকাই। উল্লেখযোগ্য যে এই অত্যাধুনিক চাইকেলখনত এবাৰ চাৰ্চ দিলেই ৬০ কি মি চলাব পাৰি। 'গো জিৰো ৱান'ৰ বজাৰ মূল্য হৈছে ৩২,৯৯৯টকা আৰু 'গো জিৰো মাইল'ৰ মূল্য হৈছে ২৯,৯৯৯ টকা।

Body:আনহাতে এই চাইকেল দুখন অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন চাইকেল দোকানত উপলব্ধ হ'ব বুলি জানিবলৈ দিয়ে হীৰেন চেতিয়াই। লগতে অভিভাৱকসকলে নিজৰ ল'ৰা ছোৱালীক বাইক কিনি দিয়াৰ পৰিৱৰ্তে চাইকেল ক্ৰয় কৰি দিবলৈ চেতিয়াই ৰাইজক আহ্বান জনাই। নিয়মীয়া চাইকেল চলালে স্বাস্থ্য ভালে থকাৰ উপৰিও প্ৰদূষণ ৰোধ ক্ষেত্ৰত যথেষ্ট উপকৃত হয় বুলিও তেখেতে উল্লেখ কৰে।

Conclusion:HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.