ETV Bharat / state

খানাপাৰাত চালকসহ জব্দ দুখনকৈ গৰু ভৰ্তি ট্ৰাক - গুৱাহাটী মহানগৰীৰ খানাপাৰা অঞ্চলত ভাৰত সুৰক্ষা মঞ্চ নামৰ সংগঠনটোৰ একাংশ লোকে জব্দ কৰে দুখনকৈ গৰু ভৰ্তি ট্ৰাক

গুৱাহাটীৰ খানাপাৰা অঞ্চলত ভাৰত সুৰক্ষা মঞ্চ নামৰ সংগঠনটোৰ একাংশ লোকে জব্দ কৰে দুখনকৈ গৰু ভৰ্তি ট্ৰাক ৷ শেহতীয়াকৈ ৰাজ্যৰ কেইবাখনো জিলাত আৰক্ষীৰ জালত পৰিছে বহু কেইজন কুখ্যাত চোৰাং গৰু বেপাৰী ৷

Cow smuggling wo truck seized by Basistha police
খানাপাৰাত চালক সহ জব্দ দুখনকৈ গৰু ভৰ্তি ট্ৰাক
author img

By

Published : Mar 14, 2020, 8:04 PM IST

Updated : Mar 14, 2020, 9:41 PM IST

গুৱাহাটী,14 মাৰ্চ: ৰাজ্যৰ আৰক্ষীৰ প্ৰশাসনৰ চকুত ধুলি মাৰি একাংশ চোৰাং বেপাৰীয়ে নিতৌ অব্যাহত ৰাখিছে চোৰাং গৰুৰ বেহা ৷ শেহতীয়াকৈ ৰাজ্যৰ কেইবাখনো জিলাত চোৰাং গৰুসহ বহু কেইজন কুখ্যাত চোৰাং বেপাৰী আৰক্ষীৰ জালত পৰাৰ পাছত শনিবাৰে গুৱাহাটী মহানগৰীৰ খানাপাৰা অঞ্চলত ভাৰত সুৰক্ষা মঞ্চ নামৰ সংগঠনটোৰ একাংশ লোকে জব্দ কৰে দুখনকৈ গৰু ভৰ্তি ট্ৰাক ৷ পাছত জব্দীকৃত ট্ৰাক দুখন বশিষ্ঠ আৰক্ষীক গটাই দিয়ে সংগঠনটোৱে ৷

খানাপাৰাত চালক সহ জব্দ দুখনকৈ গৰু ভৰ্তি ট্ৰাক

উল্লেখ্য যে, আৰক্ষীৰ পৰা পোৱা তথ্য মতে, অভিযান চলাই গৰৈমাৰীৰ পৰা মেঘালয়ৰ ন-মাইল গৰু বজাৰলৈ নি থকা অৱস্থাতে শুকুৰবাৰে নিশা ভাৰত সুৰক্ষা মঞ্চ নামৰ সংগঠনটোৱে ৩০টা গৰু সহ জব্দ কৰে AS25 DC 9387 আৰু AS25 DC 5299 নম্বৰৰ ট্ৰাক দুখন ৷ লগতে চালক সহ জব্দ হোৱা ট্ৰাক দুখন বশিষ্ঠ আৰক্ষীক গতাই দিয়ে সংগঠনটোৱে ৷ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত আৰম্ভ কৰিছে বশিষ্ঠ আৰক্ষীয়ে ৷

লগতে পঢ়কঃ তেজপুৰত অগ্নিনিৰ্বাপক বাহনৰ খুন্দাত নিহত 1, আহত 1

Last Updated : Mar 14, 2020, 9:41 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.