ETV Bharat / state

পুনৰ দুদিনৰ বাবে CIDৰ জিম্মালৈ শৃংখল চলিহা

author img

By

Published : Dec 28, 2019, 7:58 PM IST

কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে পুনৰ দুইদিনৰ বাবে চি আই ডি জিম্মালৈ প্ৰেৰণ কৰে শৃংখল চলিহাক ৷ শনিবাৰে আদালতে এই সিদ্ধান্ত ঘোষণা কৰে ৷

আদালতৰ ঘোষণা
ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি শৃংখল চলিহাৰ

গুৱাহাটী,28 ডিচেম্বৰঃ পুনৰ দুদিনৰ বাবে চি আই ডি জিম্মালৈ প্ৰেৰণ কৰা হৈছে শৃংখল চলিহাক । চি আই ডিয়ে চলিহাক তিনিদিনৰ জিম্মাত বিচাৰি আদালতত আবেদন কৰিছিল ৷ কিন্তু কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে দুইদিনৰ বাবেহে এই অনুমতি প্ৰদান কৰে ৷ শনিবাৰে এই কথা প্ৰকাশ কৰে শৃংখল চলিহাৰ অধিবক্তা উপমন্যু হাজৰিকাই ৷

আদালতে দুদিনৰ বাবে বৃদ্ধি কৰে জিম্মাৰ ম্যাদ

ইপিনে কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদৰ পৰাই "অসমী আইৰ লগত ন' কম্প্ৰমাইজ, দেশ, জাতি, মা নিজৰ জীৱনতকৈ ডাঙৰ" বুলি শ্লোগান দিয়ে ৷ শনিবাৰে আদালত চৌহদত উপস্থিত আছিল শৃংখলৰ মাতৃ ৷ মাতৃয়ে চলিহাক মানসিকভাৱে সবল হৈ থকাৰো আহ্বান জনায় ৷ জাতিৰ বাবে পুত্ৰই ন্যায়িক জিম্মাৰ কবলত পৰা বুলিও উল্লেখ কৰে মাতৃয়ে ৷ আদালত চৌহদৰ পৰাই অসমৰ জনসাধাৰণক সংগ্ৰাম চলাই নিবলৈ আহ্বান জনায় শৃংখল চলিহাই ৷

লগতে চাওকঃশীঘ্ৰেই আহি আছে ভাৰতীয় ৰেলৰ দ্বিতীয়খন টেজাছ এক্সপ্ৰেছ

Intro:পুনৰ দুদিনৰ CID জিম্মালৈ আদালতে প্ৰেৰণ কৰিলে শৃংখল চলিহাক। তিনি দিনৰ জিম্মাত বিচাৰিছিল CID য়ে। কিন্ত কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে দুই দিনৰ CID জিম্মাত প্ৰেৰণ কৰে শৃংখলক এই কথা জানিবলৈ দিলে শৃংখল চলিহাৰ অধিবক্তা উপমান্য হাজৰিকাই। Body:শৃংখল চলিহাক আৰক্ষীয়ে লৈ যোৱাৰ অৱস্থাতে কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ চৌহদৰ পৰাই শৃংখল চলিহাৰ ভাষ্য "অসম নামৰ মা জনীৰ লগত ন কম্প্ৰমাইজ, দেশ ,জাতি ,মা নিজৰ জীৱনতকৈ ডাঙৰ।" লগতে শৃংখল চলিহাৰ মাতৃয়ে জানিবলৈ দিয়া অনুসৰি জাতিৰ বাবে আজি পুত্ৰই এনেদৰে ন্যায়িক জিম্মাৰ কৱলত পৰিছে, মাতৃ হিচাপে মনৰ দৃঢ়তা নেহেৰুৱাবলৈ পুত্ৰক মনোবল শৃংখল চলিহাৰ মাতৃৰ।
BITE:- মাতৃConclusion:লগতে অসমৰ জনসাধাৰণক সংগ্ৰাম চলাই নিবৰ বাবে আহ্বান শৃংখল চলিহাৰ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.