ETV Bharat / state

কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিৰুদ্ধে ছাত্ৰৰ অভিযোগ

author img

By

Published : Sep 4, 2019, 9:37 PM IST

কটনৰ 6 জনীয়া এটা দলে ৰাজ্যপালক সাক্ষাৎ কৰি কটনৰ উপাচাৰ্যৰ বিৰুদ্ধে স্মাৰক পত্ৰ দিয়াৰ পিছতে 28 আগষ্টত বিশ্ববিদ্যালয়ৰ আচাৰ্যগৰাকীয়ে সমগ্ৰ বিষয়ত তদন্ত কৰি 15 দিনৰ ভিতৰত উত্তৰ বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যলৈ

কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিৰুদ্ধে ছাত্ৰৰ অভিযোগ

গুৱাহাটী, 4 ছেপ্টেম্বৰঃ কটন বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ উন্নয়নৰ লগতে আন কিছু সমস্যাক দীৰ্ঘদিন ধৰি আঙুলিয়াই অহাৰ পিছতো বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই গুৰুত্ব নিদিয়াৰ অভিযোগত অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচাৰ্য জগদীশ মুখীক কটনৰ ছজনীয়া ছাত্ৰৰ এটা দলে স্মাৰক পত্ৰ প্ৰেৰণ কৰে । তাৰ পিছতে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ভবেশ চন্দ্ৰ গোস্বামীয়ে অভিযোগকাৰী 6 জন শিক্ষাৰ্থীক ভৱিষ্যতে কটনত পঢ়িবলৈ নিদিয়াৰ ভাবুকি প্ৰদান কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰকেইজনে৷

কটনৰ দুই প্ৰাক্তন সাধাৰণ সম্পাদক জিন্টু ঠাকুৰীয়া আৰু মনমোহন চুতীয়াৰ নেতৃত্বত 6 জনীয়া দলটোৱে ৰাজ্যপালক সাক্ষাৎ কৰি স্মাৰক পত্ৰ দিয়াৰ পিছতে 28 আগষ্টত বিশ্ববিদ্যালয়ৰ আচাৰ্যগৰাকীয়ে সমগ্ৰ বিষয়ত তদন্ত কৰি 15 দিনৰ ভিতৰত উত্তৰ বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যলৈ। আচাৰ্যৰ হস্তক্ষেপৰ পিছতে সম্প্ৰতি কটন বিশ্ববিদ্যালয়ৰ ভিতৰচ'ৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনহাতে প্ৰাক্তন সাধাৰণ সম্পাদক জিন্টু ঠাকুৰীয়াই কটন বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ অৱস্থা সমস্যাৰে ভাৰাক্ৰান্ত বুলিও মন্তব্য কৰে৷

Intro:কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ অভিযোগ কটন কলেজৰ উপাচাৰ্য বিৰুদ্ধে। কটন বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ উন্নয়ন আৰু কিছু সমস্যাক দীৰ্ঘ দিন ধৰি আঙুলিয়াই অহাৰ পিছতো বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই গুৰুত্ব নিদিয়াৰ বাবে বিশ্ববিদ্যালয়ৰ আচাৰ্য অৰ্থাৎ অসমৰ ৰাজ্যপাল জগদীশ মুখীক লিখিত আকাৰে স্মাৰক পত্ৰ প্ৰদান কৰে। তাৰ পিছতে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ভবেশ চন্দ্ৰ গোস্বামীয়ে অভিযোগকাৰী 6 জন শিক্ষাৰ্থীক ভৱিষ্যতে কটনত পঢ়িবলৈ নিদিয়াৰ ভাবুকিও প্ৰদান কৰিছে।

Body:কটনৰ দুই প্ৰাক্তন সাধাৰণ সম্পাদক জিন্টু ঠাকুৰীয়া আৰু মনমোহন চুতীয়াৰ নেতৃত্বত 6 জনীয়া দলটোৱে ৰাজ্যপালক সাক্ষাৎ কৰি স্মাৰক দিয়াৰ পিছত 28 আগষ্টত আচাৰ্য গৰাকীয়ে সমগ্ৰ বিষয়ত তদন্ত কৰি 15 দিনৰ ভিতৰত উত্তৰ বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লৈ। আচাৰ্যৰ হস্তক্ষেপৰ পিছতে সম্প্ৰতি কটন কলেজৰ আভ্যন্তৰনত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰাক্তন সাধাৰণ সম্পাদক জিন্টু ঠাকুৰীয়াই জানিবলৈ দিয়া অনুসৰি বৰ্তমান কটনৰ অৱস্থ সমস্যাৰে ভাৰাক্ৰান্ত ।
Bite:-জিন্টু ঠাকুৰীয়া।

Conclusion:শৈক্ষিক অৱস্থা বিনষ্ট হোৱাৰ আগতে এতিয়া কি দৰে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই কেনেকৈ এই সকলো অভিযোগৰ স্পষ্টীকৰণ দিব আৰু এই 6 জনীয়া দল তোৰ ছাত্ৰ কেইজনে কি দৰে ন্যায় পাব সেয়া এক ডাঙৰ প্ৰশ্ন হব।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.