ETV Bharat / state

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কটন বিশ্ববিদ্যালয়ত - কটন বিশ্ববিদ্যালয়ৰ প্ৰতিবাদী কাৰ্যসূচী

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনে বিৰোধিতা কৰি থকাৰ মাজতে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে বিধেয়কৰ বিৰোধিতা কৰিবলৈ ওলাই অহাৰ পিচত চৰকাৰে কি স্থিতি গ্ৰহণ কৰিব সেয়া লক্ষণীয় ।

জোৰ সমদল
কটন বিশ্ববিদ্যালয়
author img

By

Published : Nov 30, 2019, 7:57 PM IST

গুৱাহাটী, 30 নৱেম্বৰ: "আজিৰ ছাত্ৰ কাইলৈ দেশৰ নাগৰিক" এই কথাষাৰ অনুকৰণ কৰি ৰাজ্যখনক বহিৰাগতৰ পৰা মুক্ত কৰিবলৈ চৰকাৰৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰিল কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল ৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে শনিবাৰে হাতে হাতে জোৰ লৈ মহানগৰীৰ ৰাজপথলৈ ওলাই আহে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেব বিৰোধী একাংশ বুদ্ধিজীৱীৰ লগতে শিল্পীসমাজৰ লোকেও ৷

কটন বিশ্ববিদ্যালয়
জোৰ সমদল

বিশ্ববিদ্যালয়খনৰ কেব বিৰোধী প্ৰতিবাদত অসমীয়া ছবি জগতৰ অভিনেত্ৰী অমৃতা গগৈয়ে অংশগ্ৰহণ কৰি কয় যে,কেবৰ বিৰুদ্ধে অসমৰ ৰাইজ থিয় হৈছে গতিকে অসমৰ ৰাইজৰ সপক্ষে আছে অভিনেত্ৰীগৰাকীয়ো । আনহাতে কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক ৰাহুল বৰদলৈয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নোহোৱা পৰ্যন্ত কেবৰ বিৰোধিতা কৰি যাব বুলি মন্তব্য কৰে ৷

জোৰ সমদল

উল্লেখ্য যে,নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনে বিৰোধিতা কৰি থকাৰ মাজতে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে বিধেয়কৰ বিৰোধিতা কৰিবলৈ ওলাই অহাৰ পিচত চৰকাৰে কি স্থিতি গ্ৰহণ কৰিব সেয়া লক্ষণীয়।

লগতে পঢ়ক: চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল ৰাইজ

Intro:নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী কটন বিশ্ববিদ্যালয়ৰ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতাৰে উলিওৱা হল এক বৃহৎ জোঁ সমদল। বুদ্ধিজীৱীৰ পৰা শিল্পী লৈ সমৰ্থন কৰা এই কেব বিৰোধী আন্দোলনে কঁপাই তুলিলে মহানগৰীৰ ৰাজপথ। সহস্ৰাধিক কটনৰ ছাত্ৰ ছাত্ৰীৰ।লগতে বিভিন্ন জনৰ প্ৰতিবাদে উত্তাল কৰে মহানগৰী।

Body:কেবৰ বিৰুদ্ধে চলা এই প্ৰতিবাদত অসমীয়া ছবি জগতৰ অভিনেত্ৰী অমৃতা গগৈয়ে অংশ গ্ৰহণ কৰে। অমৃতা গগৈয়ে স্পষ্ট ৰূপত জানিবলৈ দিয়ে যে কেব কেতিয়াও সমৰ্থন নকৰে । জাতিদ্ৰোহী এই কেব বিৰুদ্ধে অসমৰ ৰাইজ থিয় হৈছে গতিকে অসমৰ ৰাইজৰ সপক্ষে আছে অমৃতা গগৈয়ে।
Bite:-অমৃতা গগৈয়ে।
কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক ৰাহুল বৰদলৈয়ে নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে বাতিল নোহোৱা পৰ্য্যন্ত বিৰোধিতা কৰি যাব বুলি জানিবলৈ দিয়ে।
Bite:-ৰাহুল বৰদলৈ।

Conclusion:নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনে বিৰোধিতা কৰি থকাৰ মাজতে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা কৰাৰ পিছতে চৰকাৰে কি স্থিতি গ্ৰহণ কৰিব সেয়া লক্ষনীয় হব।

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.