ETV Bharat / state

ৰাজ্যত এহাজাৰলৈ বৃদ্ধি কোভিড-19ত আক্ৰান্তৰ সংখ্যা

author img

By

Published : May 29, 2020, 8:06 AM IST

Updated : May 29, 2020, 10:00 PM IST

ৰাজ্যত এদিনতে সৰ্বাধিক সংখ্যক 144 গৰাকী ব্যক্তি কোভিড-19ত আক্ৰান্ত হৈছে ৷ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিছে এই তথ্য ৷

ৰাজ্যত এহাজাৰলৈ বৃদ্ধি কোভিড-19ত আক্ৰান্তৰ সংখ্যা
ৰাজ্যত এহাজাৰলৈ বৃদ্ধি কোভিড-19ত আক্ৰান্তৰ সংখ্যা

নিউজ ডেস্ক, 29 মে': ৰাজ্যত এদিনতে সৰ্বাধিক সংখ্যক 144 গৰাকী ব্যক্তি কোভিড-19ত আক্ৰান্ত হোৱাৰ তথ্য প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ বৰ্তমানে ৰাজ্যত কোভিড-19ত আক্ৰান্তৰ সংখ্যা হয়গৈ 1024 গৰাকী ৷ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰে এই তথ্য ৷

বৰ্তমান ৰাজ্যত সক্ৰিয় হৈ আছে 892 গৰাকী ৰোগী ৷ ইয়াৰ বিপৰীতে 125 গৰাকী আৰোগ্য হৈছে আৰু 4 গৰাকীয়ে এতিয়ালৈকে মৃত্যুমুখত পৰিছে ৷

  • 📌Alert ~ 89 new cases of #COVID19+

    30 Kamrup, 17 Tinsukia, 14 Guwahati, 14 Dhubri, 10 Cachar, 4 Dhemaji

    ↗️Total cases 1024
    ↗️Recovered 125
    ↗️Active cases 892
    ↗️Deaths 04

    Update 9:40 pm / May 29 / Day's total as of now 144#AssamCovidCount pic.twitter.com/dEQ9JsPGUR

    — Himanta Biswa Sarma (@himantabiswa) May 29, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

শুকুৰবাৰে নিশাৰ ভাগলৈ 89 গৰাকী ব্যক্তি কোভিড-19ত আক্ৰান্ত হয় ৷ ইয়াৰ ভিতৰত কামৰূপৰ 30গৰাকী, তিনিচুকীয়াৰ 17 গৰাকী, গুৱাহাটীৰ 14 গৰাকী, ধুবুৰীৰ 14 গৰাকী, কাচাৰৰ 10 গৰাকী আৰু ধেমাজিৰ 4 গৰাকী লোক আছে বুলি স্বাস্থ্যমন্ত্ৰীয়ে সদৰী কৰিছে ৷

Last Updated : May 29, 2020, 10:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.