ETV Bharat / state

বৰঝাৰ বিমান বন্দৰৰ ইণ্ডিগ' বিমানৰ চাফাই কৰ্মী কোভিড-১৯ ত আক্ৰান্ত - Indigo flight

মহানগৰীৰ আজাৰাৰ হীৰাপাৰাত মুনিন্দ্ৰ দাস নামৰ এজন যুৱকৰ দেহত ধৰা পৰে কোভিড-১৯ পজিটিভ । যুৱকজনে বৰঝাৰ বিমান বন্দৰৰ ইণ্ডিগ' বিমানৰ চাফাই কৰ্মী হিচাপে কৰ্মৰত আছিল । আক্ৰান্ত হোৱা আজাৰাৰ যুৱকজনক এম‌ এম চি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । 

Corona positive in azara
Corona positive in azara
author img

By

Published : Jun 9, 2020, 10:40 PM IST

আজাৰা, ৯ জুন: মহানগৰীৰ আজাৰাৰ হীৰাপাৰাত মুনিন্দ্ৰ দাস নামৰ এজন যুৱকৰ দেহত ধৰা পৰে কোভিড-১৯ পজিটিভ । যুৱকজনে বৰঝাৰ বিমান বন্দৰৰ ইণ্ডিগ' বিমানৰ চাফাই কৰ্মী হিচাপে কৰ্মৰত আছিল ।

Corona positive in azara
বৰঝাৰ বিমান বন্দৰৰ ইণ্ডিগ বিমানৰ চাফাই কৰ্মী কোভিড-১৯ ত আক্ৰান্ত

যোৱা ৩ জুনত মুনিদ্ৰ দাসৰ গা বেয়া লগাত আজাৰাৰ চৰকাৰী হাস্পতাললৈ যোৱাত ৪ জুনত স্বাস্থ্য বিভাগে স্বাব সংগ্ৰহ কৰি পৰীক্ষা কৰিবলৈ পঠিয়াইছিল । আৰু মঙলবাৰে যুৱকজনৰ পৰীক্ষাৰ ফলাফলত কোভিড-১৯ পজিটিভ পোৱা যায়। তাৰপিছতে কোভিড-১৯ত আক্ৰান্ত হোৱা আজাৰাৰ যুৱকজনক এম‌ এম চি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

উল্লেখযোগ্য যে,ইণ্ডিগ' বিমানৰ চাফাই কৰ্মী মুনিন্দ্ৰ দাসৰ নাছিল কোনো ভ্ৰমণ ইতিহাস । এই ঘটনা পোহৰলৈ অহাৰ‌ পাছতে এতিয়া আজাৰা অঞ্চলত আতংকৰ সৃষ্টি হৈছে । আনহাতে,এই ঘটনাৰ পিছতে প্ৰশাসনে অঞ্চলটো কন্টেইনমেন্ট এলেকা ঘোষণা কৰাৰো যো-জা চলাইছে । লগতে সংস্পৰ্শলৈ ৭০ জন লোকৰ তালিকাও প্ৰস্তুত কৰিছে প্ৰশাসনে ।

লগতে পঢ়ক : অইলৰ তৈল খাদ বিস্ফোৰণক লৈ বিৰোধী দলপতিৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.