ETV Bharat / state

খেল' ইণ্ডিয়াৰ বক্সিঙ প্ৰতিযোগিতাত বিতৰ্ক - অসম

খেল' ইণ্ডিয়াত মহিলাৰ 48 কিলো শাখাৰ বক্সিঙ প্ৰতিযোগিতাত অসমৰ খেলুৱৈ প্ৰিয়ংকা বৰাৰ ভাল প্ৰদৰ্শনৰ পিচতো তামিলনাডুৰ খেলুৱৈৰ সৈতে পৰাজিত হোৱাক লৈ উত্তপ্ত এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয় ৷

খেল' ইণ্ডিয়া
বক্সিঙ প্ৰতিযোগিতা
author img

By

Published : Jan 22, 2020, 1:04 PM IST

গুৱাহাটী, 22 জানুৱাৰীঃ মঙলবাৰে ছাই ফিল্ডত খেল' ইণ্ডিয়াৰ বক্সিঙ প্ৰতিযোগিতাৰ অনন্ত অসমৰ খেলুৱৈক বেয়া ব্যবহাৰ কৰাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিচত,আজি পুনৰ বক্সিঙৰ প্ৰথমটো মেচৰ অন্তত সৃষ্টি হয় একে পৰিৱেশৰ ৷ মহিলাৰ 48 কিলো শাখাৰ খেলখনত অসমৰ খেলুৱৈ প্ৰিয়ংকা বৰাই ভাল প্ৰদৰ্শন কৰাৰ পিচতো তামিলনাডুৰ খেলুৱৈৰ বিপৰীতে পৰাজিত ঘোষণা হোৱাক লৈ উত্তপ্ত হৈ পৰে অসমৰ একাংশ খেলুৱৈকে ধৰি প্ৰশিক্ষক ৷ মেচখনৰ অন্তত প্ৰিয়ংকাৰ প্ৰশিক্ষক আৰু প্ৰিয়ংকা বহু সময় ধৰি ৰিং এৰিবলৈ অমান্তি হয় ৷

খেল' ইণ্ডিয়াৰ বক্সিঙ প্ৰতিযোগিতাত বিতৰ্ক

উল্লেখযোগ্য যে,অসমৰ 19 গৰাকীকৈ খেলুৱৈ ছেমি ফাইনেললৈ উন্নীত হোৱাৰ পিচতো বৰ্তমানলৈকে অসমৰ এজনো খেলুৱৈয়ে স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ এই বিষয়ক লৈ অসম বক্সিঙৰ মূখ্য প্ৰশিক্ষক অমৰ ডেকাই আৰম্ভণিৰে পৰা অসমৰ খেলুৱৈ সকলৰ লগত পক্ষপাত হোৱাৰ অভিযোগ উত্থাপন কৰি আহিছে ৷

লগতে পঢ়ক ঃ দিল্লীৰ হৈ ৪ টাকৈ পদক আঁজুৰিলে অসমৰ বিক্ৰমে

Intro:তৃতীয় খেলো ইণ্ডিয়াৰ বক্সিঙ প্ৰতিযোগিতাত পুনৰ উত্তপ্ত পৰিস্থিতি। খেলৰ অন্তত ৰিঙত প্ৰশিক্ষক আৰু খেলুৱৈ সকলে উজাৰিলে ক্ষোভ।

Body:মঙলবাৰে ছাই ফিল্ডত খেলো ইণ্ডিয়াৰ বক্সিঙ প্ৰতিযোগিতাৰ অনন্ত অসমৰ খেলুৱৈক বেয়া ব্যবহাৰ কৰাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিছত আজি পুনৰ বক্সিঙৰ প্ৰথমটো মেচৰ পিছত সৃষ্টি হয় একে ধৰণৰ পৰিবেশৰ। অসমৰ মহিলা বক্সিঙ খেলুৱৈ প্ৰিয়ংকা বৰাক পৰাজিত ঘোষণা কৰাৰ পিছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। মহিলাৰ ৪৮ কেজিৰ শাখাৰ খেলখনত অসমৰ খেলুৱৈ প্ৰিয়ংকা বৰাই ভাল প্ৰদৰ্শন দাঙি ধৰাৰ পিছতো তামিলনাডুৰ খেলুৱৈৰ বিপৰীতে পৰাজিত ঘোষণা কৰাৰ পিছত সৃষ্টি হয় এই পৰিবেশৰ। মেচত অন্তত প্ৰিয়ংকাৰ প্ৰশিক্ষক আৰু প্ৰিয়ংকা বহু সময় ধৰি ৰিঙ এৰিবলৈ অমান্তি হোৱাৰ লগতে খেলুৱৈ সকলেও উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

বাইট : অসমৰ খেলুৱৈ

Conclusion:উল্লেখযোগ্য যে অসমৰ ১৯ গৰাকীকৈ খেলুৱৈ ছেমি ফাইনেললৈ উন্নত হোৱাৰ পিছতো বৰ্তমানলৈকে অসমৰ এজনো খেলুৱৈ স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হোৱা নাই। অসম বক্সিঙৰ মূখ্য প্ৰশিক্ষক অমৰ ডেকাই ছেমি ফাইনেল খেল আৰম্ভণিৰে পৰা অসমৰ খেলুৱৈ সকলৰ লগত পক্ষপাত হোৱাৰ অভিযোগ উত্থাপন কৰি আহিছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.