ETV Bharat / state

ৰিপুন বৰা-গৌৰৱ গগৈ-ৰকিবুল হুচেইনক আটক মহানগৰ আৰক্ষীৰ - ৰকিবুল হুচেইন

কৃষক আইন বাতিলৰ লগতে পেট্ৰল, ডিজেল, ৰন্ধন গেছ আদি নিত্য ব্যৱহার্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত প্ৰদেশ কংগ্ৰেছে গুৱাহাটী ৰ’টাৰী ক্লাৱত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

Congress protest at Guwahati
ৰিপুন বৰা-গৌৰৱ গগৈ-ৰকিবুল হুচেইনক আটক মহানগৰ আৰক্ষীৰ
author img

By

Published : Jan 16, 2021, 2:58 PM IST

গুৱাহাটী, 16 জানুৱাৰী : কংগ্ৰেছ নেতা ৰিপুন বৰা, ৰকিবুল হুচেইন আৰু গৌৰৱ গগৈক শনিবাৰে মহানগৰ আৰক্ষীয়ে আটক কৰে । কৃষক আইন বাতিলৰ লগতে পেট্ৰল, ডিজেল, ৰন্ধন গেছ আদি নিত্য ব্যৱহার্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত প্ৰদেশ কংগ্ৰেছে আজি গুৱাহাটী ৰ’টাৰী ক্লাৱত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে ৰ’টাৰী ক্লাৱৰ পৰা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি ৰাজভৱন ঘেৰাও কৰাৰ উদ্দেশ্যে ৰাওনা হয় ৷

ৰিপুন বৰা-গৌৰৱ গগৈ-ৰকিবুল হুচেইনক আটক মহানগৰ আৰক্ষীৰ

আৰক্ষীয়ে প্ৰতিবাদত বাধা প্ৰদান কৰাত প্ৰতিবাদকাৰীৰ সৈতে হতাহতিৰ সৃষ্টি হয় ৷ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত প্ৰতিবাদস্থলীৰ পৰাই আৰক্ষীয়ে ৰাজ্যিক প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুন বৰা, সাংসদ গৌৰৱ গগৈ, বিধায়ক ৰকিবুল হুচেইনক আটক কৰে ।

লগতে পঢ়ক : 12 গৰাকী জ্যেষ্ঠ চিকিৎসকক প্ৰতিষেধক প্ৰদান জি এম চি এইছত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.