গুৱাহাটী, 30 মাৰ্চঃ জনসাধৰণলৈ হাত যোৰ কৰি দুখ ব্যক্ত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ ৰাষ্ট্ৰীয় সম্পাদক ভূপেন কুমাৰ বৰাৰ ৷ সোমবাৰে লক-ডাউন অমান্য কৰা সন্দৰ্ভত দুখ ব্যক্ত কৰি সম্পাদকগৰাকীয়ে কয় যে, অসমত লক-ডাউন অমান্য কৰাৰ বাবেই অসম আৰক্ষীয়ে বহু গোচৰ ৰুজু কৰি বহু লোকৰ ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ৷ তাৰোপৰি যান বাহন জব্দ কৰি জৰিমণা বিহিছে ৷ লক-ডাউন ৰাজ্য চৰকাৰে অসমৰ ৰাইজৰ স্বাৰ্থ বাবে দিছে। বৰ্তমান সময়ত অসমৰ সাধাৰণ জনতাই লক ডাউন মানি চলা উচিত ।
ৰাইজলৈ হাতযোৰ কংগ্ৰেছী নেতা ভূপেন কুমাৰ বৰাৰ
লক ডাউন অমান্য নকৰিবলে হাতযোৰ কৰি আহ্বান জনালে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ ৰাষ্ট্ৰীয় সম্পাদক ভূপেন কুমাৰ বৰাই ৷